"আপোনাৰ পিন দিয়ক" "আপোনাৰ আৰ্হি দিয়ক" "আপোনাৰ পাছৱর্ড দিয়ক" "ব্যৱহাৰৰ অযোগ্য ছিম কাৰ্ড" "চ্চার্জ কৰা হ’ল" "%s • বেতাঁৰৰ জৰিয়তে চাৰ্জ কৰি থকা হৈছে" "%s • চাৰ্জ কৰি থকা হৈছে" "%s • চ্চার্জ কৰি থকা হৈছে" "%s • দ্ৰুত গতিৰে চ্চাৰ্জ কৰি থকা হৈছে" "%s • লাহে লাহে চ্চাৰ্জ কৰি থকা হৈছে" "%s • বেটাৰী সুৰক্ষিত কৰিবলৈ চাৰ্জিং অপ্টিমাইজ কৰা হৈছে" "আনলক কৰিবলৈ মেনু টিপক।" "নেটৱর্ক লক কৰা অৱস্থাত আছে" "কোনো ছিম কাৰ্ড নাই" "এখন ছিম কাৰ্ড ভৰাওক।" "ছিম কাৰ্ডখন নাই বা চিনাক্ত কৰিব নোৱাৰি। এখন ছিম কাৰ্ড ভৰাওক।" "ব্যৱহাৰৰ অযোগ্য ছিম কাৰ্ড।" "আপোনাৰ ছিম কাৰ্ডখন স্থায়ীভাৱে অক্ষম হৈছে।\n অন্য এখন ছিমৰ বাবে আপোনাৰ ৱায়াৰলেছ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক।" "ছিম কাৰ্ড লক কৰা হৈছে।" "ছিম কার্ডখন PUKৰ দ্বাৰা লক কৰা হৈছে।" "ছিম কার্ড আনলক কৰি থকা হৈছে…" "পিনৰ ক্ষেত্ৰ" "ডিভাইচৰ পাছৱৰ্ড" "ছিম পিনৰ ক্ষেত্ৰ" "ছিমৰ PUK ক্ষেত্ৰ" "মচক" "ই-ছিম অক্ষম কৰক" "ই-ছিম অক্ষম কৰিব পৰা নাযায়" "এটা আসোঁৱাহৰ কাৰণে ই-ছিম অক্ষম কৰিব পৰা নাযায়।" "এণ্টাৰ বুটাম" "ভুল আৰ্হি" "ভুল পাছৱৰ্ড" "ভুল পিন" "{count,plural, =1{১ ছেকেণ্ডত আকৌ চেষ্টা কৰক।}one{# ছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।}other{# ছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।}}" "ছিমৰ পিন দিয়ক।" "\"%1$s\"ৰ ছিমৰ পিন দিয়ক।" "%1$s ম’বাইল সেৱা অবিহনে ডিভাইচ ব্যৱহাৰ কৰিবলৈ ই-ছিম অক্ষম কৰক।" "ছিমখন বর্তমান অক্ষম অৱস্থাত আছে। অব্যাহত ৰাখিবলৈ PUK ক\'ড লিখক। সবিশেষ জানিবলৈ বাহকৰ সৈতে যোগাযোগ কৰক।" "\"%1$s\" ছিমখন বর্তমান অক্ষম অৱস্থাত আছে। অব্যাহত ৰাখিবলৈ PUK ক\'ড দিয়ক। সবিশেষ জানিবলৈ বাহকৰ সৈতে যোগাযোগ কৰক।" "আপোনাৰ পছন্দৰ পিন ক\'ড লিখক" "আপোনাৰ পচন্দৰ পিন ক\'ড নিশ্চিত কৰক" "ছিম কার্ড আনলক কৰি থকা হৈছে…" "৪টাৰ পৰা ৮টা সংখ্যাযুক্ত এটা পিন লিখক।" "PUK ক\'ডটো ৮টা বা তাতকৈ অধিক সংখ্যা থকা হ\'ব লাগিব।" "আপুনি আপোনাৰ পিন %1$d বাৰ ভুলকৈ লিখিছে। \n\n%2$dছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।" "আপুনি আপোনাৰ পাছৱৰ্ড %1$dবাৰ ভুলকৈ লিখিছে। \n\n%2$d ছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।" "আপুনি আপোনাৰ আনলক আৰ্হি %1$d বাৰ ভুলকৈ আঁকিছে। \n\n%2$dছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।" "ছিমৰ ভুল পিন ক\'ড, আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ আপুনি এতিয়া আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰিবই লাগিব।" "{count,plural, =1{ছিমৰ পিন ক’ড ভুল হৈছে, আপোনাৰ ডিভাইচ আনলক কৰিবলৈ আপোনাৰ বাহকৰ লগত যোগাযোগ কৰিবই লগা হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}one{ছিমৰ পিন ক’ড ভুল হৈছে, আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। }other{ছিমৰ পিন ক’ড ভুল হৈছে, আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। }}" "ছিম ব্যৱহাৰযোগ্য নহয়। আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰক।" "{count,plural, =1{ছিমৰ PUK ক’ড ভুল হৈছে, ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}one{ছিমৰ PUK ক’ড ভুল হৈছে, ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}other{ছিমৰ PUK ক’ড ভুল হৈছে, ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}}" "ছিম পিনৰ জৰিয়তে আনলক কৰিব পৰা নগ\'ল!" "ছিম PUKৰ জৰিয়তে আনলক কৰিব পৰা নগ\'ল!" "ইনপুট পদ্ধতি সলনি কৰক" "এয়াৰপ্লে’ন ম’ড" "ডিভাইচ ৰিষ্টাৰ্ট হোৱাৰ পাছত আৰ্হি দিয়াটো বাধ্যতামূলক" "ডিভাইচ ৰিষ্টাৰ্ট হোৱাৰ পাছত পিন দিয়াটো বাধ্যতামূলক" "ডিভাইচ ৰিষ্টাৰ্ট হোৱাৰ পাছত পাছৱৰ্ড দিয়াটো বাধ্যতামূলক" "অতিৰিক্ত সুৰক্ষাৰ বাবে, ইয়াৰ পৰিৱৰ্তে আৰ্হি ব্যৱহাৰ কৰক" "অতিৰিক্ত সুৰক্ষাৰ বাবে, ইয়াৰ পৰিৱৰ্তে পিন ব্যৱহাৰ কৰক" "অতিৰিক্ত সুৰক্ষাৰ বাবে, ইয়াৰ পৰিৱৰ্তে পাছৱৰ্ড ব্যৱহাৰ কৰক" "প্ৰশাসকে ডিভাইচ লক কৰি ৰাখিছে" "ডিভাইচটো মেনুৱেলভাৱে লক কৰা হৈছিল" "চিনাক্ত কৰিব পৰা নাই" "ফেচ আনলক ব্যৱহাৰ কৰিবলৈ ছেটিঙত কেমেৰাৰ এক্সেছ অন কৰক" "{count,plural, =1{ছিমৰ পিন দিয়ক। আপোনাৰ ডিভাইচ আনলক কৰিবলৈ আপোনাৰ বাহকৰ লগত যোগাযোগ কৰিবই লগা হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}one{ছিমৰ পিন দিয়ক। আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}other{ছিমৰ পিন দিয়ক। আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}}" "{count,plural, =1{ছিমখন এতিয়া অক্ষম কৰা হৈছে। অব্যাহত ৰাখিবলৈ PUK ক’ড দিয়ক। ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। সবিশেষৰ বাবে বাহকৰ সৈতে যোগাযোগ কৰক।}one{ছিমখন এতিয়া অক্ষম কৰা হৈছে। অব্যাহত ৰাখিবলৈ PUK ক’ড দিয়ক। ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। সবিশেষৰ বাবে বাহকৰ সৈতে যোগাযোগ কৰক।}other{ছিমখন এতিয়া অক্ষম কৰা হৈছে। অব্যাহত ৰাখিবলৈ PUK ক’ড দিয়ক। ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। সবিশেষৰ বাবে বাহকৰ সৈতে যোগাযোগ কৰক।}}" "ডিফ’ল্ট" "বাবল" "এনাল’গ" "অব্যাহত ৰাখিবলৈ আপোনাৰ ডিভাইচটো আনলক কৰক"