"ছিষ্টেম ইউআই"
"বেটাৰী সঞ্চয়কাৰী অন কৰিবনে?"
"আপোনাৰ %s বেটাৰী বাকী আছে। বেটাৰী সঞ্চয়কাৰীয়ে গাঢ় ৰঙৰ থীম অন কৰে, নেপথ্যৰ কাৰ্যকলাপ সীমাবদ্ধ কৰে আৰু জাননী পলম কৰে।"
"বেটাৰী সঞ্চয়কাৰীয়ে গাঢ় ৰঙৰ থীম অন কৰে, নেপথ্যৰ কাৰ্যকলাপ সীমাবদ্ধ কৰে আৰু জাননী পলম কৰে।"
"%s বাকী আছে"
"ইউএছবি জৰিয়তে চ্চাৰ্জ কৰিব নোৱাৰি"
"আপোনাৰ ডিভাইচৰ লগত পোৱা চ্চাৰ্জাৰটো ব্যৱহাৰ কৰক।"
"বেটাৰী সঞ্চয়কাৰী অন কৰিবনে?"
"বেটাৰী সঞ্চয়কাৰীৰ বিষয়ে"
"অন কৰক"
"অন কৰক"
"নালাগে, ধন্যবাদ"
"স্বয়ং-ঘূৰ্ণন স্ক্ৰীন"
"%2$s এক্সেছ কৰিবলৈ %1$sক অনুমতি দিবনে?"
"%1$sক %2$s এক্সেছ কৰিবলৈ অনুমতি দিবনে?\nএই এপ্টোক ৰেকর্ড কৰাৰ অনুমতি দিয়া হোৱা নাই কিন্তু ই এই ইউএছবি ডিভাইচটোৰ জৰিয়তে অডিঅ\' ৰেকর্ড কৰিব পাৰে।"
"%1$sক %2$s এক্সেছ কৰিবলৈ অনুমতি দিবনে?"
"%2$s নিয়ন্ত্ৰণ কৰিবলৈ %1$s খুলিবনে?"
"এই এপ্টোক ৰেকর্ড কৰাৰ অনুমতি দিয়া হোৱা নাই কিন্তু ই এই ইউএছবি ডিভাইচটোৰ জৰিয়তে অডিঅ\' ৰেকর্ড কৰিব পাৰে। এইটো ডিভাইচৰ সৈতে %1$s ব্যৱহাৰ কৰিলে কল, জাননী আৰু এলাৰ্ম শুনাটো অৱৰুদ্ধ হ’ব পাৰে।"
"এইটো ডিভাইচৰ সৈতে %1$s ব্যৱহাৰ কৰিলে কল, জাননী আৰু এলাৰ্ম শুনাটো অৱৰুদ্ধ হ’ব পাৰে।"
"%1$sক %2$s এক্সেছ কৰিবলৈ অনুমতি দিবনে?"
"%2$sক ব্যৱহাৰ কৰিবলৈ %1$sক খোলেনে?"
"%2$s ব্যৱহাৰ কৰিবলৈ %1$sক খুলিবনে?\nএই এপ্টোক ৰেকর্ড কৰাৰ অনুমতি দিয়া হোৱা নাই কিন্তু ই এই ইউএছবি ডিভাইচটোৰ জৰিয়তে অডিঅ\' ৰেকর্ড কৰিব পাৰে।"
"%2$sক ব্যৱহাৰ কৰিবলৈ %1$sক খোলেনে?"
"ইনষ্টল হৈ থকা কোনো এপে ইউএছবি সহায়ক সামগ্ৰীটো চলাব নোৱাৰে। এই সহায়ক সামগ্ৰীৰ বিষয়ে %1$sৰ জৰিয়তে অধিক জানক৷"
"ইউএছবিৰ সহায়ক সামগ্ৰী"
"চাওক"
"%2$s সংযুক্ত হ\'লে সদায় %1$s খোলক"
"%2$s সংযুক্ত হ\'লে সদায় %1$s খোলক"
"ইউএছবি ডিবাগিংৰ অনুমতি দিবনে?"
"এয়া হৈছে কম্পিউটাৰটোৰ RSA কী ফিংগাৰপ্ৰিণ্ট:\n%1$s"
"এই কম্পিউটাৰটোৰ পৰা সদায় অনুমতি দিয়ক"
"অনুমতি দিয়ক"
"ইউএছবি ডিবাগিঙৰ অনুমতি নাই"
"এই ডিভাইচটোত বর্তমান ছাইন ইন হৈ থকা ব্যৱহাৰকাৰীজনে ইউএছবি ডিবাগিং অন কৰিব নোৱাৰে। এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ হ\'লে মুখ্য ব্যৱহাৰকাৰী হিচাপে ছাইন ইন কৰক।"
"আপুনি ছিষ্টেমৰ ভাষা %1$sলৈ সলনি কৰিবলৈ বিচাৰেনে?"
"অন্য এটা ডিভাইচে ছিষ্টেমৰ ভাষা সলনি কৰাৰ অনুৰোধ কৰিছে"
"ভাষা সলনি কৰক"
"বৰ্তমানৰ ভাষাটো ৰাখক"
"এই নেটৱৰ্কত ৱায়াৰলেচ ডি\'বাগিংৰ অনুমতি দিবনে?"
"নেটৱৰ্কৰ নাম (SSID)\n%1$s\n\nৱাই-ফাইৰ ঠিকনা (BSSID)\n%2$s"
"এই নেটৱৰ্কত সদায় অনুমতি দিয়ক"
"অনুমতি দিয়ক"
"ৱায়াৰলেচ ডি\'বাগিংৰ অনুমতি নাই"
"এই ডিভাইচটোত বর্তমান ছাইন ইন হৈ থকা ব্যৱহাৰকাৰীজনে ৱায়াৰলেচ ডি\'বাগিং অন কৰিব নোৱাৰে। এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ হ’লে প্ৰাথমিক ব্যৱহাৰকাৰী হিচাপে ছাইন ইন কৰক।"
"ইউএছবি প’ৰ্ট অক্ষম কৰা হ’ল"
"আপোনাৰ ডিভাইচটো তৰল বা ধূলি-মাকতিৰ পৰা ৰক্ষা কৰিবলৈ ইউএছবি প’ৰ্টটো অক্ষম কৰি ৰখা হৈছে ফলত ই কোনো আনুষংগিক সামগ্ৰী ধৰা পেলাব নোৱাৰে।\n\nযেতিয়া ইউএছবি প’ৰ্টটো নিৰাপদভাৱে ব্যৱহাৰ কৰিব পৰা হ’ব তেতিয়া আপোনাক জনোৱা হ’ব।"
"চাৰ্জাৰ আৰু আনুষংগিক সামগ্ৰী চিনাক্ত কৰিবলৈ USB প’ৰ্ট সক্ষম কৰা হ’ল"
"USB সক্ষম কৰক"
"অধিক জানক"
"স্ক্ৰীনশ্বট"
"Smart Lock অক্ষম কৰা হৈছে"
"এখন প্ৰতিচ্ছবি পঠিয়াইছে"
"স্ক্ৰীনশ্বট ছেভ কৰি থকা হৈছে…"
"কৰ্মস্থানৰ প্ৰ’ফাইলত স্ক্ৰীনশ্বট ছেভ কৰি থকা হৈছে…"
"স্ক্ৰীনশ্বট ছেভ কৰা হ’ল"
"স্ক্ৰীনশ্বট ছেভ কৰিব পৰা নগ\'ল"
"স্ক্ৰীনশ্বট ছেভ কৰিবলৈ ডিভাইচটো আনলক কৰিবই লাগিব"
"স্ক্ৰীনশ্বট আকৌ ল\'বলৈ চেষ্টা কৰক"
"স্ক্ৰীনশ্বট ছেভ কৰিব নোৱাৰি"
"এপটোৱে বা আপোনাৰ প্ৰতিষ্ঠানে স্ক্ৰীনশ্বট ল\'বলৈ অনুমতি নিদিয়ে"
"স্ক্ৰীনশ্বট লোৱাটো আপোনাৰ আইটি প্ৰশাসকে অৱৰোধ কৰিছে"
"সম্পাদনা কৰক"
"স্ক্ৰীনশ্বট সম্পাদনা কৰক"
"স্ক্ৰীনশ্বট শ্বেয়াৰ কৰক"
"অধিক কেপচাৰ কৰক"
"স্ক্ৰীনশ্বট অগ্ৰাহ্য কৰক"
"কৰ্মস্থানৰ প্ৰ’ফাইলৰ বাৰ্তা অগ্ৰাহ্য কৰক"
"স্ক্ৰীনশ্বটৰ পূৰ্বদৰ্শন"
"শীৰ্ষৰ সীমা %1$d শতাংশ"
"তলৰ সীমা %1$d শতাংশ"
"বাওঁফালৰ সীমা %1$d শতাংশ"
"সোঁফালৰ সীমা %1$d শতাংশ"
"%1$s কৰ্মস্থানৰ প্ৰ’ফাইলত ছেভ কৰা হৈছে"
"ফাইল"
"%1$sএ এই স্ক্ৰীনশ্বটটো চিনাক্ত কৰিছে।"
"%1$s আৰু আন খোলা এপ্সমূহে এই স্ক্ৰীনশ্বটটো চিনাক্ত কৰিছে।"
"স্ক্ৰীন ৰেকৰ্ডাৰ"
"স্ক্রীন ৰেকৰ্ডিঙৰ প্ৰক্ৰিয়াকৰণ হৈ আছে"
"স্ক্রীন ৰেকৰ্ডিং ছেশ্বন চলি থকা সময়ত পোৱা জাননী"
"ৰেকৰ্ড কৰা আৰম্ভ কৰিবনে?"
"ৰেকৰ্ড কৰি থাকোঁতে, Android Systemএ আপোনাৰ স্ক্রীনত দৃশ্যমান হোৱা অথবা আপোনাৰ ডিভাইচত প্লে’ হৈ থকা যিকোনো সংবেনদশীল তথ্য কেপচাৰ কৰিব পাৰে। এইটোত পাছৱর্ড, পৰিশোধৰ তথ্য, ফট’, বার্তাসমূহ আৰু অডিঅ’ অন্তর্ভুক্ত হয়।"
"গোটেই স্ক্ৰীনখন ৰেকৰ্ড কৰক"
"এটা এপ্ ৰেকৰ্ড কৰক"
"আপুনি ৰেকৰ্ড কৰাৰ সময়ত, আপোনাৰ স্ক্ৰীনখনত দৃশ্যমান যিকোনো বস্তু অথবা আপোনাৰ ডিভাইচত প্লে’ কৰা যিকোনো সমললৈ Androidৰ এক্সেছ থাকে। গতিকে, পাছৱৰ্ড, পৰিশোধৰ সবিশেষ, বাৰ্তা অথবা অন্য সংবেদনশীল তথ্যৰ ক্ষেত্ৰত সাৱধান হওক।"
"আপুনি এপ এপ্ ৰেকৰ্ড কৰাৰ সময়ত সেইটো এপত দৃশ্যমান যিকোনো বস্তু অথবা আপোনাৰ ডিভাইচত প্লে’ কৰা যিকোনো সমললৈ Androidৰ এক্সেছ থাকে। গতিকে, পাছৱৰ্ড, পৰিশোধৰ সবিশেষ, বাৰ্তা অথবা অন্য সংবেদনশীল তথ্যৰ ক্ষেত্ৰত সাৱধান হওক।"
"ৰেকৰ্ডিং আৰম্ভ কৰক"
"অডিঅ’ ৰেকৰ্ড কৰক"
"ডিভাইচৰ অডিঅ’"
"সংগীত, কল আৰু ৰিংট’নসমূহৰ দৰে আপোনাৰ ডিভাইচৰ পৰা কেপচাৰ কৰিব পৰা ধ্বনি"
"মাইক্ৰ’ফ’ন"
"ডিভাইচৰ অডিঅ’ আৰু মাইক্ৰ’ফ’ন"
"আৰম্ভ কৰক"
"স্ক্ৰীন ৰেকৰ্ড কৰি থকা হৈছে"
"স্ক্ৰীন আৰু অডিঅ’ ৰেকৰ্ড কৰি থকা হৈছে"
"স্ক্ৰীনত স্পৰ্শসমূহ প্ৰদৰ্শন কৰক"
"বন্ধ কৰক"
"শ্বেয়াৰ কৰক"
"স্ক্ৰীন ৰেকৰ্ডিং ছেভ কৰা হ’ল"
"চাবলৈ টিপক"
"স্ক্রীন ৰেকৰ্ডিং মচি থাকোঁতে কিবা আসোঁৱাহ হ’ল"
"স্ক্রীন ৰেকৰ্ড কৰা আৰম্ভ কৰোঁতে আসোঁৱাহ হৈছে"
"উভতি যাওক"
"গৃহ পৃষ্ঠাৰ বুটাম"
"মেনু"
"দিব্যাংগসকলৰ বাবে থকা সুবিধাসমূহ"
"স্ক্ৰীন ঘূৰাওক"
"অৱলোকন"
"কেমেৰা"
"ফ\'ন"
"কণ্ঠধ্বনিৰে সহায়"
"ৱালেট"
"কিউআৰ ক’ড স্কেনাৰ"
"আনলক কৰা আছে"
"ডিভাইচটো লক হৈ আছে"
"চেহেৰা স্কেন কৰি থকা হৈছে"
"পঠিয়াওক"
"বাতিল কৰক"
"নিশ্চিত কৰক"
"আকৌ চেষ্টা কৰক"
"বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ বাতিল কৰিবলৈ টিপক"
"অনুগ্ৰহ কৰি আকৌ চেষ্টা কৰক"
"আপোনাৰ মুখমণ্ডল বিচাৰি থকা হৈছে"
"মুখমণ্ডলৰ বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰা হ’ল"
"নিশ্চিত কৰিলে"
"সম্পূৰ্ণ কৰিবলৈ নিশ্চিত কৰক-ত টিপক"
"মুখাৱয়বৰ জৰিয়তে আনলক কৰা হৈছে। অব্যাহত ৰাখিবলৈ আনলক কৰক চিহ্নটোত টিপক।"
"মুখাৱয়বৰ জৰিয়তে আনলক কৰা হৈছে। অব্যাহত ৰাখিবলৈ টিপক।"
"মুখাৱয়ব চিনাক্ত কৰা হৈছে। অব্যাহত ৰাখিবলৈ টিপক।"
"মুখাৱয়ব চিনাক্ত কৰা হৈছে। অব্যাহত ৰাখিবলৈ আনলক কৰক চিহ্নটোত টিপক।"
"বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰা হ’ল"
"পিন ব্যৱহাৰ কৰক"
"আৰ্হি ব্যৱহাৰ কৰক"
"পাছৱৰ্ড ব্যৱহাৰ কৰক"
"ভুল পিন"
"ভুল আৰ্হি"
"ভুল পাছৱৰ্ড"
"বহুসংখ্যক ভুল প্ৰয়াস।\n%dছেকেণ্ডত পুনৰ চেষ্টা কৰক।"
"আকৌ চেষ্টা কৰক। %2$d টাৰ প্ৰয়াসৰ ভিতৰত %1$d টা প্ৰয়াস।"
"আপোনাৰ ডেটা মচি পেলোৱা হ’ব"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল আৰ্হি দিলে, এই ডিভাইচটোৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পিন দিলে, এই ডিভাইচটোৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পাছৱৰ্ড দিলে, এই ডিভাইচটোৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল আৰ্হি দিলে, এই ব্যৱহাৰকাৰীক মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পিন দিলে, এই ব্যৱহাৰকাৰীক মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পাছৱৰ্ড দিলে, এই ব্যৱহাৰকাৰীক মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল আৰ্হি দিলে, আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল আৰু ইয়াৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পিন দিলে, আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল আৰু ইয়াৰ ডেটা মচি পেলোৱা হ’ব।"
"আপুনি পৰৱৰ্তী প্ৰয়াসত এটা ভুল পাছৱৰ্ড দিলে, আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল আৰু ইয়াৰ ডেটা মচি পেলোৱা হ’ব।"
"ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো স্পৰ্শ কৰক"
"মুখাৱয়ব চিনিব নোৱাৰি। ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক।"
"মুখাৱয়ব চিনিব নোৱাৰি"
"ইয়াৰ সলনি ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক"
"ফেচ আনলক সুবিধা উপলব্ধ নহয়"
"ব্লুটুথ সংযোগ হ’ল।"
"বেটাৰীৰ চাৰ্জৰ শতাংশ অজ্ঞাত।"
"%sৰ লগত সংযোগ কৰা হ’ল।"
"%sত সংযোগ হ’ল।"
"সংযোগ হৈ থকা নাই।"
"ৰ\'মিং"
"অফ অৱস্থাত আছে"
"এয়াৰপ্লে’ন ম’ড।"
"ভিপিএন অন অৱস্থাত আছে।"
"%d শতাংশ বেটাৰী।"
"%1$d শতাংশ বেটাৰী, %2$s"
"বেটাৰী চাৰ্জ হৈ আছে, %d শতাংশ।"
"বেটাৰী %d শতাংশ, বেটাৰীৰ সুৰক্ষাৰ বাবে চাৰ্জিং পজ কৰা হৈছে।"
"বেটাৰী %1$d শতাংশ, %2$s, বেটাৰীৰ সুৰক্ষাৰ বাবে চাৰ্জিং পজ কৰা হৈছে।"
"আটাইবোৰ জাননী চাওক"
"TeleTypewriter সক্ষম কৰা হ\'ল৷"
"ৰিংগাৰ কম্পন অৱস্থাত আছে৷"
"ৰিংগাৰ নীৰৱ কৰা হৈছে৷"
"জাননী পেনেল।"
"ক্ষিপ্ৰ ছেটিং।"
"ক্ষিপ্ৰ ছেটিং জাননী পেনেল।"
"বন্ধ স্ক্ৰীন।"
"কৰ্মস্থানৰ প্ৰ\'ফাইলৰ লক স্ক্ৰীন"
"বন্ধ কৰক"
"সম্পূৰ্ণ নিৰৱতা"
"কেৱল এলাৰ্মবোৰৰ বাবে"
"অসুবিধা নিদিব"
"ব্লুটুথ।"
"ব্লুটুথ অন হৈ আছে।"
"%sৰ বাবে এলাৰ্ম ছেট কৰা হৈছে।"
"অধিক সময়।"
"কম সময়।"
"স্ক্ৰীন কাষ্টিং বন্ধ কৰা হ’ল।"
"ডিছপ্লেৰ উজ্জ্বলতা"
"ম’বাইল ডেটা পজ কৰা হৈছে"
"ডেটা পজ কৰা হৈছে"
"আপুনি নির্ধাৰণ কৰা ডেটাৰ সীমা শেষ হৈছে। আপুনি এতিয়া ম’বাইল ডেটা ব্যৱহাৰ কৰিব নোৱাৰে। \n\nযদিহে আপুনি আকৌ ম’বাইল ডেটা ব্যৱহাৰ কৰে তেন্তে ডেটাৰ ব্যৱহাৰৰ বাবে মাচুল ভৰিবলগীয়া হ’ব পাৰে।"
"পুনৰ আৰম্ভ কৰক"
"অৱস্থানৰ অনুৰোধ সক্ৰিয় হৈ আছে"
"ছেন্সৰ অফ সক্ৰিয় কৰা আছে"
"আটাইবোৰ জাননী মচক৷"
"+ %s"
"{count,plural, =1{ভিতৰত আৰু # টা জাননী আছে।}one{ভিতৰত আৰু # টা জাননী আছে।}other{ভিতৰত আৰু # টা জাননী আছে।}}"
"স্ক্ৰীন লেণ্ডস্কে\'প দিশত লক কৰা হ’ল।"
"স্ক্ৰীন প\'ৰ্ট্ৰেইট দিশত লক কৰা হ’ল।"
"মিষ্টান্ন ভাণ্ডাৰ"
"স্ক্ৰীন ছেভাৰ"
"ইথাৰনেট"
"অসুবিধা নিদিব"
"ব্লুটুথ"
"কোনো যোৰা লগোৱা ডিভাইচ উপলব্ধ নহয়।"
"বেটাৰী %s"
"অডিঅ’"
"হেডছেট"
"ইনপুট"
"শ্ৰৱণ যন্ত্ৰ"
"অন কৰি থকা হৈছে…"
"স্বয়ং-ঘূৰ্ণন"
"স্বয়ং-ঘূৰ্ণন স্ক্ৰীন"
"অৱস্থান"
"স্ক্ৰীন ছেভাৰ"
"কেমেৰাৰ এক্সেছ"
"মাইকৰ এক্সেছ"
"উপলব্ধ"
"অৱৰোধিত"
"মিডিয়া ডিভাইচ"
"ব্যৱহাৰকাৰী"
"ৱাই-ফাই"
"ইণ্টাৰনেট"
"নেটৱৰ্ক উপলব্ধ"
"নেটৱৰ্ক উপলব্ধ নহয়"
"কোনো ৱাই-ফাই নেটৱৰ্ক নাই"
"অন কৰি থকা হৈছে…"
"স্ক্ৰীন কাষ্ট"
"কাষ্টিং"
"নাম নথকা ডিভাইচ"
"কোনো ডিভাইচ নাই"
"ৱাই-ফাইৰ সৈতে সংযোগ হৈ থকা নাই"
"উজ্জ্বলতা"
"ৰং বিপৰীতকৰণ"
"ৰং শুধৰণী"
"ফণ্টৰ আকাৰ"
"ব্যৱহাৰকাৰী পৰিচালনা কৰক"
"সম্পন্ন কৰা হ’ল"
"বন্ধ কৰক"
"সংযোগ কৰা হ’ল"
"সংযুক্ত, বেটাৰী %1$s"
"সংযোগ কৰি থকা হৈছে..."
"হটস্পট"
"অন কৰি থকা হৈছে…"
"ডেটা সঞ্চয়কাৰী অন হৈ আছে"
"{count,plural, =1{# টা ডিভাইচ}one{# টা ডিভাইচ}other{# টা ডিভাইচ}}"
"ফ্লাশ্বলাইট"
"কেমেৰা ব্যৱহাৰ হৈ আছে"
"ম’বাইল ডেটা"
"ডেটা ব্যৱহাৰ"
"বাকী থকা ডেটা"
"সর্ব্বোচ সীমা"
"%s ব্যৱহৃত"
"%s সীমা"
"%s সকীয়নি"
"কৰ্মস্থানৰ এপ্"
"ৰাতিৰ পোহৰ"
"সূৰ্যাস্তত অন কৰক"
"সূৰ্যোদয়ৰ লৈকে"
"%sত অন কৰক"
"%s পৰ্যন্ত"
"গাঢ় ৰঙৰ থীম"
"বেটাৰী সঞ্চয়কাৰী"
"সূৰ্যাস্তত অন হয়"
"সূৰ্যোদয়লৈকে"
"%sত অন কৰক"
"%s পৰ্যন্ত"
"শোৱাৰ সময়ত"
"শোৱাৰ সময় শেষ হোৱা পৰ্যন্ত"
"NFC"
"NFC নিষ্ক্ৰিয় হৈ আছে"
"NFC সক্ষম হৈ আছে"
"স্ক্ৰীন ৰেকৰ্ড কৰা"
"আৰম্ভ কৰক"
"বন্ধ কৰক"
"এখন হাতেৰে ব্যৱহাৰ কৰা ম’ড"
"ডিভাইচৰ মাইক্ৰ\'ফ\'ন অৱৰোধৰ পৰা আঁতৰাবনে?"
"ডিভাইচৰ কেমেৰা অৱৰোধৰ পৰা আঁতৰাবনে?"
"ডিভাইচৰ কেমেৰা আৰু মাইক্ৰ\'ফ\'ন অৱৰোধৰ পৰা আঁতৰাবনে?"
"এইটোৱে আপোনাৰ মাইক্ৰ\'ফ\'ন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া আটাইবোৰ এপ্ আৰু সেৱাৰ বাবে এক্সেছ অৱৰোধৰ পৰা আঁতৰায়।"
"এইটোৱে আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া আটাইবোৰ এপ্ আৰু সেৱাৰ বাবে এক্সেছ অৱৰোধৰ পৰা আঁতৰায়।"
"এইটোৱে আপোনাৰ কেমেৰা অথবা মাইক্ৰ\'ফ\'ন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া আটাইবোৰ এপ্ আৰু সেৱাৰ বাবে এক্সেছ অৱৰোধৰ পৰা আঁতৰায়।"
"মাইক্ৰ’ফ’ন অৱৰোধ কৰি থোৱা আছে"
"কেমেৰা অৱৰোধ কৰি থোৱা আছে"
"মাইক আৰু কেমেৰা অৱৰোধ কৰা আছে"
"অৱৰোধৰ পৰা আঁতৰাবলৈ, মাইক্ৰ’ফ’নৰ এক্সেছ দিবলৈ আপোনাৰ ডিভাইচত গোপনীয়তাৰ ছুইচটো মাইক্ৰ’ফ’ন অন স্থিতিলৈ নিয়ক। আপোনাৰ ডিভাইচত গোপনীয়তাৰ ছুইচটোৰ স্থান জানিবলৈ ডিভাইচৰ মেনুৱেলখন চাওক।"
"অৱৰোধৰ পৰা আঁতৰাবলৈ, কেমেৰাৰ এক্সেছ দিবলৈ আপোনাৰ ডিভাইচত গোপনীয়তাৰ ছুইচটো কেমেৰা অন স্থিতিলৈ নিয়ক। আপোনাৰ ডিভাইচত গোপনীয়তাৰ ছুইচটোৰ স্থান জানিবলৈ ডিভাইচৰ মেনুৱেলখন চাওক।"
"সেইবোৰক অৱৰোধৰ পৰা আঁতৰাবলৈ, এক্সেছ অনুমতি দিবলৈ আপোনাৰ ডিভাইচত গোপনীয়তাৰ ছুইচটো অৱৰোধৰ পৰা আঁতৰাবলৈ স্থিতিলৈ নিয়ক। আপোনাৰ ডিভাইচত গোপনীয়তাৰ ছুইচটোৰ স্থান জানিবলৈ ডিভাইচৰ মেনুৱেলখন চাওক।"
"মাইক্ৰ’ফ’ন উপলব্ধ"
"কেমেৰা উপলব্ধ"
"মাইক্ৰ’ফ’ন আৰু কেমেৰা উপলব্ধ"
"অন্য ডিভাইচ"
"অৱলোকন ট’গল কৰক"
"আপুনি নিৰ্দিষ্ট কৰা এলাৰ্ম, ৰিমাইণ্ডাৰ, ইভেন্ট আৰু কল কৰোঁতাৰ বাহিৰে আন কোনো শব্দৰ পৰা আপুনি অসুবিধা নাপাব। কিন্তু, সংগীত, ভিডিঅ\' আৰু খেলসমূহকে ধৰি আপুনি প্লে কৰিব খোজা যিকোনো বস্তু তথাপি শুনিব পাৰিব।"
"আপুনি নিৰ্দিষ্ট কৰা এলাৰ্মৰ বাহিৰে আন কোনো ধ্বনি আৰু কম্পনৰ পৰা আপুনি অসুবিধা নাপাব। কিন্তু, সংগীত, ভিডিঅ\' আৰু খেলসমূহকে ধৰি আপুনি প্লে কৰিব খোজা যিকোনো বস্তু তথাপি শুনিব পাৰিব।"
"কাষ্টমাইজ কৰক"
"এই কার্যই এলার্ম, সংগীত, ভিডিঅ\' আৰু খেলসমূহকে ধৰি আটাইবোৰৰ বাবে ধ্বনি আৰু কম্পন অৱৰোধ কৰিব। আপুনি ফ\'ন কল তথাপি কৰিবলৈ সক্ষম হ\'ব।"
"এই কার্যই এলার্ম, মিউজিক, ভিডিঅ\' আৰু গেইমকে ধৰি আটাইবোৰৰ ধ্বনি আৰু কম্পন অৱৰোধ কৰে।"
"খুলিবলৈ পুনৰাই টিপক"
"পুনৰ টিপক"
"খুলিবলৈ ওপৰলৈ ছোৱাইপ কৰক"
"খুলিবলৈ আনলক কৰক চিহ্নটোত টিপক"
"মুখাৱয়বৰ জৰিয়তে আনলক কৰা। খুলিবলৈ ওপৰলৈ ছোৱাইপ কৰক।"
"মুখাৱয়বৰ জৰিয়তে আনলক কৰা হৈছে। খুলিবলৈ আনলক কৰক চিহ্নটোত টিপক।"
"মুখাৱয়বৰ জৰিয়তে আনলক কৰা হৈছে। খুলিবলৈ টিপক।"
"মুখাৱয়ব চিনাক্ত কৰা হৈছে। খুলিবলৈ টিপক।"
"মুখাৱয়ব চিনাক্ত কৰা হৈছে। খুলিবলৈ আনলক কৰক চিহ্নটোত টিপক।"
"মুখাৱয়বৰ জৰিয়তে আনলক কৰা"
"মুখাৱয়ব চিনাক্ত কৰা হৈছে"
- "বাওঁফাললৈ নিয়ক"
- "তললৈ নিয়ক"
- "সোঁফাললৈ নিয়ক"
- "ওপৰলৈ নিয়ক"
"পুনৰ চেষ্টা কৰিবলৈ ওপৰলৈ ছোৱাইপ কৰক"
"NFC ব্যৱহাৰ কৰিবলৈ আনলক কৰক"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ"
"এই ডিভাইচটো %sৰ"
"এই ডিভাইচটো %sএ প্ৰদান কৰিছে"
"ফ\'নৰ বাবে আইকনৰপৰা ছোৱাইপ কৰক"
"কণ্ঠধ্বনিৰে সহায়ৰ বাবে আইকনৰ পৰা ছোৱাইপ কৰক"
"কেমেৰা খুলিবলৈ আইকনৰপৰা ছোৱাইপ কৰক"
"সম্পূর্ণ নীৰৱতা। এই কার্যই স্ক্ৰীন ৰীডাৰসমূহকো নীৰৱ কৰিব।"
"সম্পূর্ণ নিৰৱতা"
"কেৱল গুৰুত্বপূৰ্ণ"
"কেৱল এলাৰ্মসমূহ"
"সম্পূর্ণ \n নিৰৱতা"
"কেৱল\nগুৰুত্বপূৰ্ণ"
"কেৱল\nএলাৰ্মসমূহ"
"%2$s • বেতাঁৰৰ দ্বাৰা চাৰ্জ হৈ আছে • %1$sত সম্পূৰ্ণ হ’ব"
"%2$s • চাৰ্জ হৈ আছে • %1$sত সম্পূৰ্ণ হ’ব"
"%2$s • দ্ৰুতগতিৰে চাৰ্জ হৈ আছে • %1$sত সম্পূৰ্ণ হ’ব"
"%2$s • লাহে লাহে চাৰ্জ হৈ আছে • %1$sত সম্পূৰ্ণ হ’ব"
"%2$s • চাৰ্জ হৈ আছে • %1$sত সম্পূৰ্ণ হ’ব"
"ব্যৱহাৰকাৰী সলনি কৰক"
"পুল-ডাউনৰ মেনু"
"এই ছেশ্বনৰ আটাইবোৰ এপ্ আৰু ডেটা মচা হ\'ব।"
"অতিথি, আপোনাক পুনৰ স্বাগতম!"
"আপুনি আপোনাৰ ছেশ্বন অব্যাহত ৰাখিব বিচাৰেনে?"
"আকৌ আৰম্ভ কৰক"
"হয়, অব্যাহত ৰাখক"
"অতিথি ম’ড"
"আপুনি অতিথি ম’ডত আছে"
\n\n"এগৰাকী নতুন ব্যৱহাৰকাৰীক যোগ দিয়াটোৱে অতিথি ম’ডৰ পৰা বাহিৰ কৰিব আৰু বৰ্তমানৰ অতিথিৰ ছেশ্বনটোৰ পৰা আটাইবোৰ এপ্ আৰু ডেটা মচিব।"
"অধিকতম ব্যৱহাৰকাৰী সৃষ্টি কৰা হ’ল"
"{count,plural, =1{মাত্ৰ এগৰাকী ব্যৱহাৰকাৰী সৃষ্টি কৰিব পাৰি।}one{আপুনি # গৰাকী পৰ্যন্ত ব্যৱহাৰকাৰী যোগ দিব পাৰে।}other{আপুনি # গৰাকী পৰ্যন্ত ব্যৱহাৰকাৰী যোগ দিব পাৰে।}}"
"ব্যৱহাৰকাৰীক আঁতৰাবনে?"
"এই ব্যৱহাৰকাৰীৰ আটাইবোৰ এপ্ আৰু ডেটা মচা হ\'ব।"
"আঁতৰাওক"
"%sএ আপোনাৰ স্ক্ৰীনত দৃশ্যমান হোৱা অথবা ৰেকর্ডিং অথবা কাষ্টিঙৰ সময়ত আপোনাৰ ডিভাইচত প্লে\' কৰা আটাইবোৰ তথ্যলৈ এক্সেছ পাব। এইটোত পাছৱর্ড, পৰিশোধৰ সবিশেষ, ফট\', বার্তাসমূহ আৰু আপুনি প্লে\' কৰা অডিঅ\'ৰ দৰে তথ্য অন্তর্ভুক্ত হয়।"
"এই সুবিধাটো প্ৰদান কৰা সেৱাটোৱে আপোনাৰ স্ক্ৰীনত দৃশ্যমান হোৱা অথবা ৰেকর্ডিং অথবা কাষ্টিঙৰ সময়ত আপোনাৰ ডিভাইচত প্লে\' কৰা আটাইবোৰ তথ্যলৈ এক্সেছ পাব। এইটোত পাছৱর্ড, পৰিশোধৰ সবিশেষ, ফট\', বার্তাসমূহ আৰু আপুনি প্লে\' কৰা অডিঅ\'ৰ দৰে তথ্য অন্তর্ভুক্ত হয়।"
"ৰেকর্ডিং অথবা কাষ্টিং আৰম্ভ কৰিবনে?"
"%sৰ জৰিয়তে ৰেকর্ডিং অথবা কাষ্টিং আৰম্ভ কৰিবনে ?"
"%sক শ্বেয়াৰ অথবা ৰেকৰ্ড কৰিবলৈ অনুমতি দিবনে?"
"সম্পূৰ্ণ স্ক্ৰীন"
"এটা একক এপ্"
"আপুনি শ্বেয়াৰ কৰা, ৰেকৰ্ড কৰা অথবা কাষ্ট কৰাৰ সময়ত, আপোনাৰ স্ক্ৰীনখনত দৃশ্যমান যিকোনো বস্তু অথবা আপোনাৰ ডিভাইচত প্লে’ কৰা যিকোনো সমললৈ %sৰ এক্সেছ থাকে। গতিকে, পাছৱৰ্ড, পৰিশোধৰ সবিশেষ, বাৰ্তা অথবা অন্য সংবেদনশীল তথ্যৰ ক্ষেত্ৰত সাৱধান হওক।"
"আপুনি শ্বেয়াৰ কৰা, ৰেকৰ্ড কৰা অথবা কাষ্ট কৰাৰ সময়ত, সেইটো এপত দৃশ্যমান যিকোনো বস্তু অথবা আপোনাৰ ডিভাইচত প্লে’ কৰা যিকোনো সমললৈ %sৰ এক্সেছ থাকে। গতিকে, পাছৱৰ্ড, পৰিশোধৰ সবিশেষ, বাৰ্তা অথবা অন্য সংবেদনশীল তথ্যৰ ক্ষেত্ৰত সাৱধান হওক।"
"অব্যাহত ৰাখক"
"এটা এপ্ শ্বেয়াৰ অথবা ৰেকৰ্ড কৰক"
"এই এপ্টোক শ্বেয়াৰ অথবা ৰেকৰ্ড কৰিবলৈ অনুমতি দিবনে?"
"আপুনি শ্বেয়াৰ কৰা, ৰেকৰ্ড কৰা অথবা কাষ্ট কৰাৰ সময়ত, আপোনাৰ স্ক্ৰীনখনত দৃশ্যমান যিকোনো বস্তু অথবা আপোনাৰ ডিভাইচত প্লে’ কৰা যিকোনো সমললৈ এই এপ্টোৰ এক্সেছ থাকে। গতিকে, পাছৱৰ্ড, পৰিশোধৰ সবিশেষ, বাৰ্তা অথবা অন্য সংবেদনশীল তথ্যৰ ক্ষেত্ৰত সাৱধান হওক।"
"আপুনি শ্বেয়াৰ কৰা, ৰেকৰ্ড কৰা অথবা কাষ্ট কৰাৰ সময়ত, সেইটো এপত দৃশ্যমান যিকোনো বস্তু অথবা আপোনাৰ ডিভাইচত প্লে’ কৰা যিকোনো সমললৈ এই এপ্টোৰ এক্সেছ থাকে। গতিকে, পাছৱৰ্ড, পৰিশোধৰ সবিশেষ, বাৰ্তা অথবা অন্য সংবেদনশীল তথ্যৰ ক্ষেত্ৰত সাৱধান হওক।"
"আপোনাৰ আইটি প্ৰশাসকে অৱৰোধ কৰিছে"
"ডিভাইচ সম্পৰ্কীয় নীতিয়ে স্ক্ৰীন কেপশ্বাৰ কৰাটো অক্ষম কৰিছে"
"আটাইবোৰ মচক"
"পৰিচালনা"
"ইতিহাস"
"নতুন"
"নীৰৱ"
"জাননীসমূহ"
"বাৰ্তালাপ"
"আটাইবোৰ নীৰৱ জাননী মচক"
"অসুবিধা নিদিব-ই জাননী পজ কৰিছে"
"এতিয়াই আৰম্ভ কৰক"
"কোনো জাননী নাই"
"কোনো নতুন জাননী নাই"
"পুৰণি জাননী চবলৈ আনলক কৰক"
"এই ডিভাইচটো আপোনাৰ অভিভাৱকে পৰিচালনা কৰে"
"এই ডিভাইচটোৰ গৰাকী আপোনাৰ প্ৰতিষ্ঠান আৰু ই নেটৱৰ্কৰ ট্ৰেফিক নিৰীক্ষণ কৰিব পাৰে"
"এই ডিভাইচটোৰ গৰাকী %1$s আৰু এইটোৱে নেটৱৰ্কৰ ট্ৰেফিক নিৰীক্ষণ কৰিব পাৰে"
"এই ডিভাইচটো %sএ প্ৰদান কৰিছে"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ আৰু এইটো %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %1$sৰ আৰু এইটো %2$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ"
"এই ডিভাইচটো %1$sৰ"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ আৰু এইটো ভিপিএনৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %1$sৰ আৰু এইটো ভিপিএনৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলৰ নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰিব পাৰে"
"%1$sএ আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলৰ নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰিব পাৰে"
"কৰ্মস্থানৰ প্ৰ’ফাইলৰ নেটৱৰ্কৰ কাৰ্যকলাপ আপোনাৰ আইটি প্ৰশাসকৰ বাবে দৃশ্যমান হয়"
"নেটৱৰ্ক নিৰীক্ষণ কৰা হ\'ব পাৰে"
"এই ডিভাইচটো ভিপিএনৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"আপোনাৰ কৰ্মস্থানৰ এপ্সমূহ %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"আপোনাৰ ব্যক্তিগত এপ্সমূহ %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে"
"এই ডিভাইচটো %sএ প্ৰদান কৰিছে"
"ডিভাইচৰ পৰিচালনা"
"ভিপিএন"
"নেটৱৰ্ক লগিং"
"CA প্ৰমাণপত্ৰসমূহ"
"নীতিসমূহ চাওক"
"নিয়ন্ত্ৰণসমূহ চাওক"
"এই ডিভাইচটো %1$sৰ।\n\nআপোনাৰ আইটি প্ৰশাসকে আপোনাৰ ডিভাইচটোৰ লগত জড়িত ছেটিং, কৰ্পৰে’টৰ এক্সেছ, এপ্, ডেটা আৰু আপোনাৰ ডিভাইচটোৰ অৱস্থান সম্পৰ্কীয় তথ্য নিৰীক্ষণ কৰাৰ লগতে সেয়া পৰিচালনা কৰিব পাৰে।\n\nঅধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"%1$sএ হয়তো এই ডিভাইচটোৰ সৈতে জড়িত হৈ থকা ডেটা এক্সেছ কৰিব, এপ্ পৰিচালনা কৰিব আৰু এই ডিভাইচটোৰ ছেটিং সলনি কৰিব পাৰিব।\n\nআপোনাৰ যদি কিবা প্ৰশ্ন আছে, তেন্তে %2$sৰ সৈতে যোগাযোগ কৰক।"
"এই ডিভাইচটো আপোনাৰ প্ৰতিষ্ঠানৰ।\n\nআপোনাৰ আইটি প্ৰশাসকে আপোনাৰ ডিভাইচটোৰ লগত জড়িত ছেটিং, কৰ্পৰে’টৰ এক্সেছ, এপ্, ডেটা আৰু আপোনাৰ ডিভাইচটোৰ অৱস্থান সম্পৰ্কীয় তথ্য নিৰীক্ষণ কৰাৰ লগতে সেয়া পৰিচালনা কৰিব পাৰে।\n\nঅধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"আপোনাৰ প্ৰতিষ্ঠানে এই ডিভাইচটোত এটা প্ৰমাণপত্ৰ সম্পৰ্কীয় কৰ্তৃপক্ষ ইনষ্টল কৰিছে। আপোনাৰ সুৰক্ষিত নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ বা সংশোধন কৰা হ\'ব পাৰে।"
"আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলটোত এটা প্ৰমাণপত্ৰ সম্পৰ্কীয় কৰ্তৃপক্ষ ইনষ্টল কৰিছে। আপোনাৰ সুৰক্ষিত নেটৱৰ্কৰ ট্ৰেফিক পৰ্যবেক্ষণ বা সংশোধন কৰা হ\'ব পাৰে।"
"এই ডিভাইচটোত এটা প্ৰমাণপত্ৰ সম্পৰ্কীয় কৰ্তৃপক্ষ ইনষ্টল কৰা হৈছে। আপোনাৰ সুৰক্ষিত নেটৱৰ্কৰ ট্ৰেফিক পৰ্যবেক্ষণ বা সংশোধন কৰা হ\'ব পাৰে।"
"আপোনাৰ প্ৰশাসকে নেটৱৰ্ক লগিং অন কৰিছে, যিয়ে আপোনাৰ ডিভাইচটোত নেটৱৰ্ক ট্ৰেফিক পৰ্যবেক্ষণ কৰে।"
"আপোনাৰ প্ৰশাসকে নেটৱৰ্ক লগিং অন কৰিছে, যিয়ে আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলত ট্ৰেফিক নিৰীক্ষণ কৰে কিন্তু আপোনাৰ ব্যক্তিগত প্ৰ’ফাইলত নকৰে।"
"এই ডিভাইচটো %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে। ইমেইল আৰু ব্ৰাউজিঙৰ ডেটাকে ধৰি আপোনাৰ নেটৱৰ্ক সম্পৰ্কীয় কাৰ্যকলাপ আপোনাৰ আইটি প্ৰশাসকে দেখা পায়।"
"এই ডিভাইচটো %1$s আৰু %2$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে। ইমেইল আৰু ব্ৰাউজিঙৰ ডেটাকে ধৰি আপোনাৰ নেটৱৰ্ক সম্পৰ্কীয় কাৰ্যকলাপ আপোনাৰ আইটি প্ৰশাসকে দেখা পায়।"
"আপোনাৰ কৰ্মস্থানৰ এপ্সমূহ %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে। ইমেইল আৰু ব্ৰাউজিঙৰ ডেটাকে ধৰি আপুনি কৰ্মস্থানৰ এপ্সমূহত কৰা নেটৱৰ্ক সম্পৰ্কীয় কাৰ্যকলাপ আপোনাৰ আইটি প্ৰশাসক আৰু ভিপিএন প্ৰদানকাৰীয়ে দেখা পায়।"
"আপোনাৰ ব্যক্তিগত এপ্সমূহ %1$sৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে। ইমেইল আৰু ব্ৰাউজিঙৰ ডেটাকে ধৰি আপোনাৰ নেটৱৰ্ক সম্পৰ্কীয় কাৰ্যকলাপ আপোনাৰ ভিপিএন প্ৰদানকাৰীয়ে দেখা পায়।"
" "
"VPN ছেটিং খোলক"
"এই ডিভাইচটো আপোনাৰ অভিভাৱকে পৰিচালনা কৰে। আপোনাৰ অভিভাৱকে আপুনি ব্যৱহাৰ কৰা এপ্, আপোনাৰ অৱস্থান আৰু আপুনি ডিভাইচত অতিবাহিত কৰা সময়ৰ দৰে তথ্য চাব আৰু পৰিচালনা কৰিব পাৰে।"
"ভিপিএন"
"TrustAgentএ আনলক কৰি ৰাখিছে"
"%1$s. %2$s"
"ধ্বনিৰ ছেটিং"
"স্বয়ংক্ৰিয় কেপশ্বন মিডিয়া"
"কেপচন টিপ বন্ধ কৰক"
"কেপশ্বন অভাৰলে’"
"সক্ষম কৰক"
"অক্ষম কৰক"
"ধ্বনি আৰু কম্পন"
"ছেটিং"
"এপ্টো পিন কৰা আছে"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ \'পিছলৈ যাওক\' আৰু \'অৱলোকন\'-ত স্পৰ্শ কৰি থাকক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ পিছলৈ যাওক আৰু হ\'মত স্পৰ্শ কৰি সেঁচি ধৰক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ ওপৰলৈ ছোৱাইপ কৰি ধৰি ৰাখক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ \'অৱলোকন\'-ত স্পৰ্শ কৰি থাকক।"
"এই কাৰ্যই আপুনি আনপিন নকৰালৈকে ইয়াক দেখা পোৱা অৱস্থাত ৰাখে। আনপিন কৰিবলৈ পিছলৈ যাওক আৰু হ\'মত স্পৰ্শ কৰি সেঁচি ধৰক।"
"ব্যক্তিগত ডেটা এক্সেছ কৰিব পৰা যাব পাৰে (যেনে সম্পর্কসমূহ আৰু ইমেইলৰ সমল)।"
"পিন কৰি ৰখা এপ্টোৱে হয়তো অন্য এপ্সমূহ খুলিব পাৰে।"
"এই এপ্টো আনপিন কৰিবলৈ, উভতি যাওক আৰু ৰূপৰেখাৰ বুটামসমূহ স্পৰ্শ কৰি ধৰি ৰাখক"
"এই এপ্টো আনপিন কৰিবলৈ, উভতি যাওক আৰু গৃহপৃষ্ঠাৰ বুটামসমূহ স্পৰ্শ কৰি ধৰি ৰাখক"
"এই এপ্টো আনপিন কৰিবলৈ, ওপৰলৈ ছোৱাইপ কৰক আৰু ধৰি ৰাখক"
"বুজি পালোঁ"
"নালাগে, ধন্যবাদ"
"এপ্টো পিন কৰা হ’ল"
"এপ্টো আনপিন কৰা হ’ল"
"কল"
"ছিষ্টেম"
"ৰিং"
"মিডিয়া"
"এলাৰ্ম"
"জাননী"
"ব্লুটুথ"
"ডুৱেল মাল্টি ট\'ন ফ্ৰিকুৱেন্সী"
"দিব্যাংগসকলৰ বাবে থকা সুবিধাসমূহ"
"ৰিং"
"কম্পন"
"মিউট"
"%1$s। আনমিউট কৰিবৰ বাবে টিপক।"
"%1$s। কম্পনৰ বাবে টিপক। দিব্য়াংগসকলৰ বাবে থকা সেৱা মিউট হৈ থাকিব পাৰে।"
"%1$s। মিউট কৰিবলৈ টিপক। দিব্য়াংগসকলৰ বাবে থকা সেৱা মিউট হৈ থাকিব পাৰে।"
"%1$s। কম্পন অৱস্থাত ছেট কৰিবলৈ টিপক।"
"%1$s। মিউট কৰিবলৈ টিপক।"
"ৰিংগাৰ ম’ড সলনি কৰিবলৈ টিপক"
"মিউট কৰক"
"আনমিউট কৰক"
"কম্পন কৰক"
"%s ধ্বনি নিয়ন্ত্ৰণসমূহ"
"কল আৰু জাননীবোৰ ইমান ভলিউমত বাজিব (%1$s)"
"System UI Tuner"
"স্থিতি দণ্ড"
"ছিষ্টেমৰ UI প্ৰদৰ্শন ম\'ড"
"ডেম\' ম\'ড সক্ষম কৰক"
"ডেম\' ম\'ড দেখুৱাওক"
"ইথাৰনেট"
"এলাৰ্ম"
"ৱালেট"
"আপোনাৰ ফ’নটোৰে দ্ৰুত তথা অধিক সুৰক্ষিত ক্ৰয় কৰিবলৈ ছেট আপ পাওক"
"আটাইবোৰ দেখুৱাওক"
"খুলিবলৈ টিপক"
"আপডে’ট কৰি থকা হৈছে"
"ব্যৱহাৰ কৰিবলৈ আনলক কৰক"
"আপোনাৰ কাৰ্ড লাভ কৰোঁতে এটা সমস্যা হৈছে, অনুগ্ৰহ কৰি পাছত পুনৰ চেষ্টা কৰক"
"লক স্ক্ৰীনৰ ছেটিং"
"কিউআৰ ক’ড স্কেনাৰ"
"আপডে’ট কৰি থকা হৈছে"
"কৰ্মস্থানৰ প্ৰ\'ফাইল"
"এয়াৰপ্লে’ন ম’ড"
"আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব"
"%1$s বজাত"
"%1$s বজাত"
"হটস্পট"
"কৰ্মস্থানৰ প্ৰ\'ফাইল"
"কিছুমানৰ বাবে আমোদজনক হয় কিন্তু সকলোৰে বাবে নহয়"
"System UI Tunerএ আপোনাক Android ব্যৱহাৰকাৰী ইণ্টাৰফেইচ সলনি কৰিবলৈ আৰু নিজৰ উপযোগিতা অনুসৰি ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত সুবিধা প্ৰদান কৰে। এই পৰীক্ষামূলক সুবিধাসমূহ সলনি হ\'ব পাৰে, সেইবোৰে কাম নকৰিব পাৰে বা আগন্তুক সংস্কৰণসমূহত সেইবোৰ অন্তৰ্ভুক্ত কৰা নহ’ব পাৰে। সাৱধানেৰে আগবাঢ়ক।"
"এই পৰীক্ষামূলক সুবিধাসমূহ সলনি হ\'ব পাৰে, সেইবোৰে কাম নকৰিব পাৰে বা আগন্তুক সংস্কৰণসমূহত সেইবোৰ অন্তৰ্ভুক্ত কৰা নহ’ব পাৰে। সাৱধানেৰে আগবাঢ়ক।"
"বুজি পালোঁ"
"অভিনন্দন! ছেটিঙত System UI Tuner যোগ কৰা হৈছে"
"ছেটিঙৰ পৰা আঁতৰাওক"
"ছেটিঙৰ পৰা System UI Tuner আঁতৰাই ইয়াৰ সুবিধাসমূহ ব্যৱহাৰ কৰাটো বন্ধ কৰিবনে?"
"ব্লুটুথ অন কৰিবনে?"
"আপোনাৰ টেবলেটত আপোনাৰ কীব\'ৰ্ড সংযোগ কৰিবলৈ আপুনি প্ৰথমে ব্লুটুথ অন কৰিব লাগিব।"
"অন কৰক"
"জাননী নিয়ন্ত্ৰণৰ অধিক কৰ্তৃত্ব"
"অন আছে - মুখাৱয়ব ভিত্তিক"
"জাননী নিয়ন্ত্ৰণৰ অধিক কৰ্তৃত্বৰ সৈতে আপুনি এটা এপৰ জাননীৰ গুৰুত্বৰ স্তৰ ০ৰ পৰা ৫লৈ ছেট কৰিব পাৰে।\n\n""স্তৰ ৫"" \n- জাননী তালিকাৰ একেবাৰে ওপৰত দেখুৱাওক \n- সম্পূৰ্ণ স্ক্ৰীনত থাকোঁতে ব্যাঘাত জন্মাবলৈ অনুমতি দিয়ক\n- সদায় ভুমুকি মাৰিবলৈ দিয়ক\n\n""স্তৰ ৪"" \n- সম্পূৰ্ণ স্ক্ৰীনত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব\n- সদায় ভুমুকি মাৰিবলৈ দিয়ক\n\n""স্তৰ ৩"" \n- সম্পূৰ্ণ স্ক্ৰীনত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব\n- কেতিয়াও ভুমুকি মাৰিবলৈ নিদিব\n\n""স্তৰ ২"" \n- সম্পূর্ণ স্ক্ৰীনত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব \n- কেতিয়াও ভুমুকি মাৰিবলৈ নিদিব\n- কেতিয়াও শব্দ আৰু কম্পন কৰিবলৈ নিদিব\n\n"" স্তৰ ১"" \n- সম্পূৰ্ণ স্ক্ৰীনত থাকোঁতে ব্যাঘাত জন্মাবলৈ নিদিব\n- কেতিয়াও ভুমুকি মাৰিবলৈ নিদিব\n-কেতিয়াও শব্দ আৰু কম্পন কৰিবলৈ নিদিব \n- লক স্ক্ৰীন আৰু স্থিতি দণ্ডৰ পৰা লুকুৱাই ৰাখক \n- জাননী তালিকাৰ একেবাৰে তলত দেখুৱাওক\n\n""স্তৰ ০"" \n- এই এপৰ আটাইবোৰ জাননী অৱৰোধ কৰক"
"কৰা হ’ল"
"প্ৰয়োগ কৰক"
"জাননী অফ কৰক"
"নীৰৱ"
"ডিফ’ল্ট"
"স্বয়ংক্ৰিয়"
"কোনো ধ্বনি অথবা কম্পন নাই"
"কোনো ধ্বনি অথবা কম্পন নাই আৰু বাৰ্তালাপ শাখাটোৰ তলৰ অংশত দেখা পোৱা যায়"
"ডিভাইচৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি ৰিং কৰিব অথবা কম্পন হ’ব পাৰে"
"ডিভাইচৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি ৰিং কৰিব অথবা কম্পন হ’ব পাৰে। %1$sৰ বাৰ্তালাপ ডিফ’ল্টভাৱে বাবল হিচাপে প্ৰদৰ্শিত হয়।"
"এই জাননীটোৱে ধ্বনি নে কম্পন সৃষ্টি কৰিব সেয়া ছিষ্টেমটোক নিৰ্ধাৰণ কৰিবলৈ দিয়ক"
"<b>স্থিতি:</b> ডিফ’ল্টলৈ বৃদ্ধি কৰা হৈছে"
"<b>স্থিতি:</b> নীৰৱলৈ হ্ৰাস কৰা হৈছে"
"<b>স্থিতি:</b> স্থান ওপৰলৈ কৰা হৈছে"
"<b>স্থিতি:</b> স্থান তললৈ কৰা হৈছে"
"বাৰ্তালাপৰ জাননীৰ শীৰ্ষত আৰু প্ৰ’ফাইল চিত্ৰ হিচাপে লক স্ক্ৰীনত দেখুৱায়"
"বাৰ্তালাপৰ জাননীৰ শীৰ্ষত আৰু প্ৰ’ফাইল চিত্ৰ হিচাপে লক স্ক্ৰীনত দেখুৱায়, এটা বাবল হিচাপে দেখা পোৱা যায়"
"বাৰ্তালাপৰ জাননীৰ শীৰ্ষত আৰু প্ৰ’ফাইল চিত্ৰ হিচাপে লক স্ক্ৰীনত দেখুৱায়, অসুবিধা নিদিব ম’ডত ব্যাঘাত জন্মায়"
"বাৰ্তালাপৰ জাননীৰ শীৰ্ষত আৰু প্ৰ’ফাইল চিত্ৰ হিচাপে লক স্ক্ৰীনত দেখুৱায়, এটা বাবল হিচাপে দেখা পোৱা যায়, অসুবিধা নিদিব ম’ডত ব্যাঘাত জন্মায়"
"অগ্ৰাধিকাৰ"
"%1$sএ বাৰ্তালাপৰ সুবিধাসমূহ সমৰ্থন নকৰে"
"এই জাননীসমূহ সংশোধন কৰিব নোৱাৰি।"
"কলৰ জাননীসমূহ সংশোধন কৰিব নোৱাৰি।"
"এই ধৰণৰ জাননীবোৰ ইয়াত কনফিগাৰ কৰিব পৰা নাযায়"
"প্ৰক্সি হিচাপে পঠিওৱা জাননী"
"%1$sৰ আটাইবোৰ জাননী"
"অধিক চাওক"
"ছিষ্টেমটোৱে স্বয়ংক্ৰিয়ভাৱে এই জাননীটোৰ ক্ষেত্ৰত দিয়া <b>গুৰুত্ব ডিফ’ল্ট</b>লৈ বৃদ্ধি কৰিছে।"
"ছিষ্টেমটোৱে স্বয়ংক্ৰিয়ভাৱে এই জাননীটোৰ ক্ষেত্ৰত দিয়া <b>গুৰুত্ব নীৰৱ</b>লৈ হ্ৰাস কৰিছে।"
"আপোনাৰ শ্বেডত স্বয়ংক্ৰিয়ভাৱে এই জাননীটোৰ <b>স্থান ওপৰলৈ</b> কৰা হৈছে।"
"আপোনাৰ শ্বেডত স্বয়ংক্ৰিয়ভাৱে এই জাননীটোৰ <b>স্থান তললৈ</b> কৰা হৈছে।"
"বিকাশকৰ্তাক আপোনাৰ মতামত জনাওক। এইটো শুদ্ধ আছিলনে?"
"%1$sৰ জাননী নিয়ন্ত্ৰণসমূহ খোলা অৱস্থাত আছে"
"%1$sৰ জাননী নিয়ন্ত্ৰণসমূহ বন্ধ অৱস্থাত আছে"
"অধিক ছেটিং"
"কাষ্টমাইজ কৰক"
"বাবল হিচাপে দেখুৱাওক"
"Bubbles আঁতৰাওক"
"%1$s "
"জাননীৰ নিয়ন্ত্ৰণসমূহ"
"জাননীক স্নুজ কৰাৰ বিকল্পসমূহ"
"মোক মনত পেলাই দিব"
"আনডু কৰক"
"%1$sৰ বাবে স্নুজ কৰক"
"{count,plural, =1{# ঘণ্টা}=2{# ঘণ্টা}one{# ঘণ্টা}other{# ঘণ্টা}}"
"{count,plural, =1{# মিনিট}one{# মিনিট}other{# মিনিট}}"
"বেটাৰী সঞ্চয়কাৰী"
"%1$s বুটাম"
"হ\'ম"
"উভতি যাওক"
"ওপৰলৈ"
"তললৈ"
"বাওঁফালে"
"সোঁফালে"
"স্ক্ৰীনৰ মাজত"
"Tab"
"স্পেচ"
"এণ্টাৰ"
"বেকস্পেচ"
"প্লে/পজ কৰক"
"বন্ধ কৰক"
"পৰৱৰ্তী"
"পূৰ্বৱৰ্তী"
"ৰিৱাইণ্ড কৰক"
"ফাষ্ট ফৰৱাৰ্ড"
"পেজ আপ"
"পেজ ডাউন"
"মচক"
"হ\'ম"
"সমাপ্ত"
"ভৰাওক"
"সংখ্য়া লক"
"নামপেড %1$s"
"সংলগ্নক আঁতৰাওক"
"ছিষ্টেম"
"গৃহ স্ক্ৰীন"
"শেহতীয়াসমূহ"
"উভতি যাওক"
"জাননীসমূহ"
"কীব\'ৰ্ড শ্বৰ্টকাটসমূহ"
"কীব\'ৰ্ডৰ সজ্জা সলনি কৰক"
"এপ্লিকেশ্বনসমূহ"
"সহায়"
"ব্ৰাউজাৰ"
"সম্পৰ্কসূচী"
"ইমেইল"
"এছএমএছ"
"সংগীত"
"Calendar"
"অসুবিধা নিদিব"
"ভলিউম বুটামসমূহৰ শ্বৰ্টকাট"
"বেটাৰী"
"হেডছেট"
"ছেটিং খোলক"
"হেডফ\'ন সংযোগ হৈ আছে"
"হেডছেট সংযোগ হৈ আছে"
"ডেটা সঞ্চয়কাৰী"
"ডেটা সঞ্চয়কাৰী অন হৈ আছে"
"অন"
"অফ"
"উপলব্ধ নহয়"
"অধিক জানক"
"নেভিগেশ্বন দণ্ড"
"লেআউট"
"বাওঁ বুটামৰ অতিৰিক্ত প্ৰকাৰ"
"সোঁ বুটামৰ অতিৰিক্ত প্ৰকাৰ"
- "ক্লিপব\'ৰ্ড"
- "কীক\'ড"
- "ঘূৰ্ণন নিশ্চিতি, কীব\'ৰ্ড সলনিৰ সুবিধা"
- "একো নাই"
- "সাধাৰণ"
- "ঘন"
- "বাওঁফালে হালি যোৱা"
- "সোঁফালে হালি যোৱা"
"ছেভ কৰক"
"ৰিছেট কৰক"
"ক্লিপব\'ৰ্ড"
"উপযোগিতা অনুসৰি তৈয়াৰ কৰা নেভিগেশ্বনৰ বুটাম"
"বাওঁ কীক\'ড"
"সোঁ কীক\'ড"
"বাওঁ আইকন"
"সোঁ আইকন"
"টাইল যোগ কৰিবলৈ হেঁচি ধৰি টানি আনক"
"টাইলসমূহ পুনৰ সজাবলৈ ধৰি টানক"
"আঁতৰাবৰ বাবে টানি আনি ইয়াত এৰি দিয়ক"
"আপোনাক অতিকমেও %1$dখন টাইল লাগিব"
"সম্পাদনা কৰক"
"সময়"
- "ঘন্টা, মিনিট আৰু ছেকেণ্ড দেখুৱাওক"
- "ঘন্টা আৰু মিনিট দেখুৱাওক (ডিফ\'ল্ট)"
- "এই আইকনটো নেদেখুৱাব"
- "সদায় শতাংশত দেখুৱাব"
- "চ্চাৰ্জ কৰি থকাৰ সময়ত শতাংশ দেখুৱাওক (ডিফ\'ল্ট)"
- "এই আইকনটো নেদেখুৱাব"
"কম গুৰুত্বপূৰ্ণ জাননীৰ আইকনসমূহ দেখুৱাওক"
"অন্যান্য"
"টাইল আঁতৰাবলৈ"
"টাইল শেষত যোগ দিবলৈ"
"টাইল স্থানান্তৰ কৰক"
"টাইল যোগ দিয়ক"
"%1$d নম্বৰলৈ স্থানান্তৰ কৰক"
"%1$d নম্বৰ স্থানত যোগ দিয়ক"
"%1$d নম্বৰ স্থান"
"টাইল যোগ দিয়া হৈছে"
"টাইল আঁতৰোৱা হৈছে"
"ক্ষিপ্ৰ ছেটিঙৰ সম্পাদক।"
"%1$s জাননী: %2$s"
"ছেটিং খোলক।"
"ক্ষিপ্ৰ ছেটিং খোলক।"
"ক্ষিপ্ৰ ছেটিং বন্ধ কৰক।"
"%s হিচাপে ছাইন ইন হ’ল"
"ব্যৱহাৰকাৰী বাছনি কৰক"
"ইণ্টাৰনেট সংযোগ নাই"
"%sৰ ছেটিং খোলক।"
"ছেটিঙৰ ক্ৰম সম্পাদনা কৰক।"
"পাৱাৰ মেনু"
"%2$dৰ পৃষ্ঠা %1$d"
"লক স্ক্ৰীন"
"আপোনাৰ ফ\'নটো গৰম হোৱাৰ কাৰণে অফ কৰা হৈছিল"
"আপোনাৰ ফ’নটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\nঅধিক তথ্যৰ বাবে টিপক"
"আপোনাৰ ফ\'নটো অত্যধিক গৰম হোৱাৰ বাবে ইয়াক ঠাণ্ডা কৰিবলৈ অফ কৰা হৈছিল। আপোনাৰ ফ\'নটো এতিয়া স্বাভাৱিকভাৱে চলি আছে।\n\nআপোনাৰ ফ\'নটো গৰম হ\'ব পাৰে, যদিহে আপুনি:\n • ফ\'নটোৰ হাৰ্ডৱেৰ অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰা এপসমূহ চলালে (যেনে, ভিডিঅ\' গেইম, ভিডিঅ\', দিক্-নিৰ্দেশনা এপসমূহ)\n • খুউব ডাঙৰ আকাৰৰ ফাইল আপল\'ড বা ডাউনল’ড কৰিলে\n • আপোনাৰ ফ\'নটো উচ্চ তাপমাত্ৰাৰ পৰিৱেশত ব্যৱহাৰ কৰিলে"
"যত্ন লোৱাৰ পদক্ষেপসমূহ চাওক"
"ফ\'নটো গৰম হ\'বলৈ ধৰিছে"
"ফ’নটো ঠাণ্ডা হৈ থকাৰ সময়ত কিছুমান সুবিধা উপলব্ধ নহয়।\nঅধিক তথ্যৰ বাবে টিপক"
"আপোনাৰ ফ\'নটোৱে নিজে নিজে ঠাণ্ডা হ\'বলৈ স্বয়ংক্ৰিয়ভাৱে চেষ্টা কৰিব। আপুনি ফ\'নটো ব্যৱহাৰ কৰি থাকিব পাৰে কিন্তু ই লাহে লাহে চলিব পাৰে।\n\nফ\'নটো সম্পূৰ্ণভাৱে ঠাণ্ডা হোৱাৰ পাছত ই আগৰ নিচিনাকৈয়েই চলিব।"
"যত্ন লোৱাৰ পদক্ষেপসমূহ চাওক"
"আপোনাৰ ডিভাইচটো আনপ্লাগ কৰক"
"আপোনাৰ ডিভাইচটো চাৰ্জিং প’ৰ্টৰ ওচৰত গৰম হৈছে। যদি এইটো কোনো চার্জাৰ অথবা ইউএছবিৰ সহায়ক সামগ্ৰীৰ সৈতে সংযুক্ত হৈ আছে, ইয়াক আনপ্লাগ কৰক আৰু কে’বলডালো গৰম হ\'ব পাৰে, গতিকে যত্ন লওক।"
"যত্ন লোৱাৰ পদক্ষেপসমূহ চাওক"
"বাওঁ শ্বৰ্টকাট"
"সোঁ শ্বৰ্টকাট"
"বাওঁ শ্বৰ্টকাটটোৱেও আনলক কৰিব"
"সোঁ শ্বৰ্টকাটটোৱেও আনলক কৰিব"
"একো বাছনি কৰা হোৱা নাই"
"%1$sক লঞ্চ কৰক"
"অন্যান্য এপসমূহ"
"পৰিচিত মানুহৰ গোট"
"যোগ চিহ্ন"
"বিয়োগ চিহ্ন"
"বাওঁ"
"সোঁ"
"মেনু"
"%1$s এপ্"
"সতৰ্কবার্তাসমূহ"
"বেটাৰী"
"স্ক্ৰীণশ্বটসমূহ"
"তাৎক্ষণিক এপ্"
"ছেটআপ"
"ষ্ট\'ৰেজ"
"ইংগিতবোৰ"
"Instant Apps"
"%1$s চলি আছে"
"এপ্টো ইনষ্ট\'ল নকৰাকৈ খোলা হৈছে।"
"ইনষ্ট\'ল নকৰাকৈয়েই এপ্টো খোলা হৈছে। অধিক জানিবলৈ টিপক।"
"এপৰ তথ্য"
"ব্ৰাউজাৰলৈ যাওক"
"ম’বাইল ডেটা"
"%1$s — %2$s"
"%1$s, %2$s"
"ৱাই-ফাই অফ অৱস্থাত আছে"
"ব্লুটুথ অফ অৱস্থাত আছে"
"অসুবিধা নিদিব অফ অৱস্থাত আছে"
"অসুবিধা নিদিব অন অৱস্থাত আছে"
"অসুবিধা নিদিব-ক এটা স্বয়ংক্ৰিয় নিয়ম (%s)এ অন কৰিলে।"
"অসুবিধা নিদিব-ক কোনো এপ্ (%s)এ অন কৰিলে।"
"অসুবিধা নিদিব-ক এটা স্বয়ংক্ৰিয় নিয়ম বা এপে অন কৰিলে।"
"নেপথ্যত চলি থকা এপসমূহ"
"বেটাৰী আৰু ডেটাৰ ব্যৱহাৰৰ বিষয়ে সবিশেষ জানিবলৈ টিপক"
"ম’বাইল ডেটা অফ কৰিবনে?"
"আপুনি %sৰ জৰিয়তে ডেটা সংযোগ বা ইণ্টাৰনেট সংযোগ নাপাব। কেৱল ৱাই-ফাইৰ যোগেৰে ইণ্টাৰনেট উপলব্ধ হ\'ব।"
"আপোনাৰ বাহক"
"আকৌ %sলৈ সলনি কৰিবনে?"
"ম’বাইলৰ ডেটা উপলব্ধতাৰ ওপৰত ভিত্তি কৰি স্বয়ংক্ৰিয়ভাৱে সলনি কৰা নহ’ব"
"নালাগে, ধন্যবাদ"
"হয়, সলনি কৰক"
"এটা এপে অনুমতি বিচাৰি কৰা অনুৰোধ এটা ঢাকি ধৰা বাবে ছেটিঙৰ পৰা আপোনাৰ উত্তৰ সত্যাপন কৰিব পৰা নাই।"
"%1$sক %2$sৰ অংশ দেখুওৱাবলৈ অনুমতি দিবনে?"
"- ই %1$sৰ তথ্য পঢ়িব পাৰে"
"- ই %1$sৰ ভিতৰত কাৰ্য কৰিব পাৰে"
"%1$sক যিকোনো এপৰ অংশ দেখুওৱাবলৈ অনুমতি দিয়ক"
"অনুমতি দিয়ক"
"অস্বীকাৰ কৰক"
"বেটাৰী সঞ্চয়কাৰীৰ সময়সূচী সক্ৰিয় কৰিবলৈ টিপক"
"বেটাৰী শেষ হোৱাৰ সম্ভাৱনা থাকিলে অন কৰক"
"নালাগে, ধন্যবাদ"
"SysUI হীপ ডাম্প কৰক"
"ব্যৱহাৰ হৈ আছে"
"এপ্লিকেশ্বনসমূহে আপোনাৰ %s ব্যৱহাৰ কৰি আছে।"
", "
" আৰু "
"%1$sএ ব্যৱহাৰ কৰি আছে"
"শেহতীয়াকৈ %1$sএ ব্যৱহাৰ কৰিছে"
"(কৰ্মস্থান)"
"ফ’ন কল"
"(%sৰ জৰিয়তে)"
"(%s)"
"(%1$s • %2$s)"
"Camera"
"অৱস্থান"
"মাইক্ৰ\'ফ\'ন"
"স্ক্ৰীন ৰেকৰ্ডিং"
"কোনো শিৰোনাম নাই"
"ষ্টেণ্ডবাই"
"ফণ্টৰ আকাৰ"
"সৰু কৰক"
"ডাঙৰ কৰক"
"বিবৰ্ধন ৱিণ্ড’"
"বিবৰ্ধন ৱিণ্ড’ৰ নিয়ন্ত্ৰণসমূহ"
"জুম ইন কৰক"
"জুম আউট কৰক"
"ওপৰলৈ নিয়ক"
"তললৈ নিয়ক"
"বাওঁফাললৈ নিয়ক"
"সোঁফাললৈ নিয়ক"
"বিবৰ্ধনৰ ছুইচ"
"পূৰ্ণ স্ক্ৰীন বিবৰ্ধন কৰক"
"স্ক্ৰীনৰ কিছু অংশ বিবৰ্ধন কৰক"
"ছুইচ"
"সাধ্য সুবিধাসমূহ খুলিবলৈ টিপক। ছেটিঙত এই বুটামটো কাষ্টমাইজ অথবা সলনি কৰক।\n\n""ছেটিং চাওক"
"বুটামটোক সাময়িকভাৱে লুকুৱাবলৈ ইয়াক একেবাৰে কাষলৈ লৈ যাওক"
"শীৰ্ষৰ বাওঁফালে নিয়ক"
"শীৰ্ষৰ সোঁফালে নিয়ক"
"তলৰ বাওঁফালে নিয়ক"
"তলৰ সোঁফালে নিয়ক"
"কাষলৈ নিয়ক আৰু লুকুৱাওক"
"কাষৰ বাহিৰলৈ নিয়ক আৰু দেখুৱাওক"
"ট’গল কৰক"
"ডিভাইচৰ নিয়ন্ত্ৰণসমূহ"
"নিয়ন্ত্ৰণসমূহ যোগ কৰিবলৈ এপ্ বাছনি কৰক"
"{count,plural, =1{# টা নিয়ন্ত্ৰণ যোগ দিয়া হৈছে।}one{# টা নিয়ন্ত্ৰণ যোগ দিয়া হৈছে।}other{# টা নিয়ন্ত্ৰণ যোগ দিয়া হৈছে।}}"
"আঁতৰোৱা হ’ল"
"%s যোগ দিবনে?"
"%sএ ইয়াত কোনবোৰ নিয়ন্ত্ৰণ আৰু সমল দেখুওৱা হ’ব সেয়া বাছনি কৰিব পাৰে।"
"%sৰ নিয়ন্ত্ৰণ আঁতৰাবনে?"
"প্ৰিয় হিচাপে চিহ্নিত কৰা হ’ল"
"প্ৰিয় হিচাপে চিহ্নিত কৰা হ’ল, স্থান %d"
"অপ্ৰিয় হিচাপে চিহ্নিত কৰা হ’ল"
"প্ৰিয়"
"অপ্ৰিয়"
"%d নম্বৰ অৱস্থানলৈ স্থানান্তৰিত কৰক"
"নিয়ন্ত্ৰণসমূহ"
"ক্ষিপ্ৰ ছেটিঙৰ পৰা এক্সেছ কৰিবলৈ নিয়ন্ত্ৰণসমূহ বাছনি কৰক"
"নিয়ন্ত্ৰণসমূহ পুনৰ সজাবলৈ ধৰি ৰাখক আৰু টানি আনি এৰক"
"আটাইবোৰ নিয়ন্ত্ৰণ আঁতৰোৱা হৈছে"
"সালসলনিসমূহ ছেভ নহ’ল"
"অন্য এপ্সমূহ চাওক"
"নিয়ন্ত্ৰণসমূহ ল’ড কৰিবপৰা নগ’ল। এপ্টোৰ ছেটিং সলনি কৰা হোৱা নাই বুলি নিশ্চিত কৰিবলৈ %s এপ্টো পৰীক্ষা কৰক।"
"সমিল নিয়ন্ত্ৰণসমূহ উপলব্ধ নহয়"
"অন্য"
"ডিভাইচৰ নিয়ন্ত্ৰণসমূহত যোগ দিয়ক"
"যোগ দিয়ক"
"আঁতৰাওক"
"%sএ পৰামৰ্শ হিচাপে আগবঢ়োৱা"
"ডিভাইচ লক হৈ আছে"
"লক স্ক্ৰীনৰ পৰা ডিভাইচসমূহ লক আৰু নিয়ন্ত্ৰণ কৰিবনে?"
"আপুনি লক স্ক্ৰীনত আপোনাৰ বাহ্যিক ডিভাইচৰ বাবে নিয়ন্ত্ৰণ যোগ দিব পাৰে।\n\nআপোনাৰ ডিভাইচ এপে আপোনাক আপোনাৰ ফ’ন অথবা টেবলেট আনলক নকৰাকৈ কিছুমান ডিভাইচ নিয়ন্ত্ৰণ কৰাৰ অনুমতি দিব পাৰে। \n\nআপুনি যিকোনো সময়তে ছেটিঙত সালসলনি কৰিব পাৰে।"
"লক স্ক্ৰীনৰ পৰা ডিভাইচসমূহ নিয়ন্ত্ৰণ কৰিবনে?"
"আপুনি আপোনাৰ ফ’ন অথবা টেবলেট আনলক নকৰাকৈ কিছুমান ডিভাইচ নিয়ন্ত্ৰণ কৰিব পাৰে।এইধৰণে কোনবোৰ ডিভাইচ নিয়ন্ত্ৰণ কৰিব পাৰি সেয়া আপোনাৰ ডিভাইচ এপে নিৰ্ধাৰণ কৰে।"
"নালাগে, ধন্যবাদ"
"হয়"
"পিনত বৰ্ণ অথবা প্ৰতীকসমূহ থাকে"
"%s সত্যাপন কৰক"
"ভুল পিন"
"পিন দিয়ক"
"অন্য এটা পিন ব্যৱহাৰ কৰি চাওক"
"%sৰ বাবে সলনি কৰাটো নিশ্চিত কৰক"
"অধিক চাবলৈ ছোৱাইপ কৰক"
"চুপাৰিছসমূহ ল’ড কৰি থকা হৈছে"
"মিডিয়া"
"%1$sৰ বাবে এই মিডিয়া নিয়ন্ত্ৰণটো লুকুৱাবনে?"
"বৰ্তমানৰ মিডিয়াৰ ছেশ্বনটো লুকুৱাব নোৱাৰি।"
"লুকুৱাওক"
"পুনৰ আৰম্ভ কৰক"
"ছেটিং"
"%3$sত %2$sৰ %1$s গীতটো প্লে’ হৈ আছে"
"%2$sৰ %1$s"
"প্লে’ কৰক"
"পজ কৰক"
"পূৰ্বৱৰ্তী ট্ৰেক"
"পৰৱৰ্তী ট্ৰেক"
"সংযোগ কৰি থকা হৈছে"
"প্লে’ কৰক"
"%1$s খোলক"
"%3$sত %2$sৰ %1$s গীতটো প্লে’ কৰক"
"%2$sত %1$s গীতটো প্লে’ কৰক"
"আপোনাৰ বাবে"
"আনডু কৰক"
"%1$sত প্লে’ কৰিবলৈ ওচৰলৈ যাওক"
"ইয়াত প্লে’ কৰিবলৈ, %1$sৰ ওচৰলৈ যাওক"
"%1$sত প্লে\' কৰি থকা হৈছে"
"কিবা ভুল হ’ল। পুনৰ চেষ্টা কৰক।"
"ল’ড হৈ আছে"
"টেবলেট"
"আপোনাৰ মিডিয়া কাষ্ট কৰি থকা হৈছে"
"%1$s কাষ্ট কৰি থকা হৈছে"
"সক্ৰিয় নহয়, এপ্টো পৰীক্ষা কৰক"
"বিচাৰি পোৱা নগ’ল"
"নিয়ন্ত্ৰণটো উপলব্ধ নহয়"
"%1$s এক্সেছ কৰিব পৰা নগ’ল। নিয়ন্ত্ৰণটো এতিয়াও উপলব্ধ আৰু এপ্টোৰ ছেটিং সলনি কৰা হোৱা নাই বুলি নিশ্চিত কৰিবলৈ %2$s এপ্টো পৰীক্ষা কৰক।"
"এপ্টো খোলক"
"স্থিতি ল’ড কৰিব নোৱাৰি"
"আসোঁৱাহ হৈছে, আকৌ চেষ্টা কৰক"
"নিয়ন্ত্ৰণসমূহ যোগ দিয়ক"
"নিয়ন্ত্ৰণসমূহ সম্পাদনা কৰক"
"এপ্ যোগ দিয়ক"
"এপ্টো আঁতৰাওক"
"আউটপুটসমূহ যোগ দিয়ক"
"গোট"
"১ টা ডিভাইচ বাছনি কৰা হৈছে"
"%1$d টা ডিভাইচ বাছনি কৰা হৈছে"
"(সংযোগ বিচ্ছিন্ন কৰা হৈছে)"
"সলনি কৰিব নোৱাৰি। আকৌ চেষ্টা কৰিবলৈ টিপক।"
"ডিভাইচ সংযোগ কৰক"
"এই ছেশ্বনটো কাষ্ট কৰিবলৈ, অনুগ্ৰহ কৰি এপ্টো খোলক"
"অজ্ঞাত এপ্"
"কাষ্ট বন্ধ কৰক"
"অডিঅ\' আউটপুটৰ বাবে উপলব্ধ ডিভাইচ।"
"ভলিউম"
"%1$d%%"
"স্পীকাৰ আৰু ডিছপ্লে’"
"পৰামৰ্শ হিচাপে পোৱা ডিভাইচ"
"Premium একাউণ্টৰ আৱশ্যক"
"সম্প্ৰচাৰ কৰাটোৱে কেনেকৈ কাম কৰে"
"সম্প্ৰচাৰ"
"সমিল ব্লুটুথ ডিভাইচৰ সৈতে আপোনাৰ নিকটৱৰ্তী স্থানত থকা লোকসকলে আপুনি সম্প্ৰচাৰ কৰা মিডিয়াটো শুনিব পাৰে"
"আপোনাৰ সম্প্ৰচাৰটো শুনিবলৈ, সমিল ব্লুটুথ ডিভাইচৰ সৈতে আপোনাৰ নিকটৱৰ্তী স্থানত থকা লোকসকলে আপোনাৰ কিউআৰ ক’ড স্কেন কৰিব অথবা আপোনাৰ সম্প্ৰচাৰৰ নাম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিব পাৰে"
"সম্প্ৰচাৰ নাম"
"পাছৱৰ্ড"
"ছেভ কৰক"
"আৰম্ভ কৰা হৈছে…"
"সম্প্ৰচাৰ কৰিব নোৱাৰি"
"ছেভ কৰিব নোৱাৰি। পুনৰ চেষ্টা কৰক।"
"ছেভ কৰিব নোৱাৰি।"
"অতি কমেও ৪ টা বৰ্ণ ব্যৱহাৰ কৰক"
"১৬ টাতকৈ কম বৰ্ণ ব্যৱহাৰ কৰক"
"বিল্ডৰ নম্বৰ"
"ক্লিপব’ৰ্ডলৈ বিল্ডৰ নম্বৰ প্ৰতিলিপি কৰা হ’ল।"
"বাৰ্তালাপ খোলক"
"বাৰ্তালাপ ৱিজেট"
"আপোনাৰ গৃহ স্ক্ৰীনত কোনো বাৰ্তালাপ যোগ দিবলৈ সেইটোত টিপক"
"আপোনাৰ শেহতীয়া বাৰ্তালাপসমূহ ইয়াত দেখা পোৱা যাব"
"অগ্ৰাধিকাৰপ্ৰাপ্ত বাৰ্তালাপ"
"শেহতীয়া বাৰ্তালাপ"
"%1$s দিন আগতে"
"১ সপ্তাহ আগতে"
"২ সপ্তাহ পূৰ্বে"
"১ সপ্তাহতকৈ বেছি আগতে"
"২ সপ্তাহতকৈ বেছি আগতে"
"জন্মদিন"
"এয়া %1$sৰ জন্মদিন"
"জন্মদিন সোনকালে আহি আছে"
"%1$sৰ জন্মদিন শীঘ্ৰেই আহি আছে"
"বৰ্ষপূৰ্তি"
"এয়া %1$sৰ বৰ্ষপূৰ্তি"
"অৱস্থান শ্বেয়াৰ কৰি থকা হৈছে"
"%1$sএ অৱস্থান শ্বেয়াৰ কৰি আছে"
"নতুন কাহিনী"
"%1$sএ এটা নতুন কাহিনী শ্বেয়াৰ কৰিছে"
"চাই আছোঁ"
"শুনি আছোঁ"
"প্লে’ হৈ আছে"
"বন্ধুবৰ্গ"
"আজি ৰাতি চাট কৰোঁ আহক!"
"সমল শীঘ্ৰেই ওলাব"
"মিছড্ কল"
"%d+"
"শেহতীয়া বাৰ্তা, মিছড্ কল আৰু স্থিতিৰ আপডে’ট চাওক"
"বাৰ্তালাপ"
"অসুবিধা নিদিব সুবিধাটোৱে পজ কৰিছে"
"%1$sএ এটা বাৰ্তা পঠিয়াইছে: %2$s"
"%1$sএ এখন প্ৰতিচ্ছবি পঠিয়াইছে"
"%1$sৰ এটা স্থিতিৰ আপডে’ট আছে: %2$s"
"উপলব্ধ"
"আপোনাৰ বেটাৰী মিটাৰ পঢ়োঁতে সমস্যা হৈছে"
"অধিক তথ্যৰ বাবে টিপক"
"কোনো এলাৰ্ম ছেট কৰা হোৱা নাই"
"ফিংগাৰপ্ৰিণ্ট ছেন্সৰ"
"বিশ্বাসযোগ্যতা প্ৰমাণ কৰক"
"ডিভাইচ আনলক কৰক"
"খুলিবলৈ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক"
"বিশ্বাসযোগ্যতা প্ৰমাণীকৰণৰ আৱশ্যক। বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰিবলৈ ফিংগাৰপ্ৰিণ্ট ছেন্সৰটো স্পৰ্শ কৰক।"
"চলি থকা ফ’ন কল"
"ম’বাইল ডেটা"
"%1$s / %2$s"
"সংযোজিত হৈ আছে"
"অস্থায়ীভাৱে সংযোগ কৰা হৈছে"
"বেয়া সংযোগ"
"ম’বাইল ডেটা স্বয়ংক্ৰিয়ভাৱে সংযুক্ত নহ’ব"
"সংযোগ নাই"
"অন্য কোনো নেটৱৰ্ক উপলব্ধ নহয়"
"কোনো নেটৱৰ্ক উপলব্ধ নহয়"
"ৱাই-ফাই"
"সংযোগ কৰিবলৈ এটা নেটৱৰ্কত টিপক"
"নেটৱর্ক চাবলৈ আনলক কৰক"
"নেটৱৰ্ক সন্ধান কৰি থকা হৈছে…"
"নেটৱৰ্কৰ সৈতে সংযোগ কৰিব পৰা নগ\'ল"
"এতিয়া ৱাই-ফাই স্বয়ংক্ৰিয়ভাৱে সংযুক্ত নহ’ব"
"আটাইবোৰ চাওক"
"নেটৱৰ্ক সলনি কৰিবলৈ ইথাৰনেটৰ পৰা সংযোগ বিচ্ছিন্ন কৰক"
"ডিভাইচ ব্যৱহাৰৰ অভিজ্ঞতা উন্নত কৰিবলৈ ৱাই-ফাই অফ থকা অৱস্থাতো এপ্ আৰু সেৱাসমূহে ৱাই-ফাই নেটৱৰ্কবোৰ স্কেন কৰিব পাৰে। আপুনি ৱাই-ফাই স্কেনিঙৰ ছেটিঙত এইটো সলনি কৰিব পাৰে। ""সলনি কৰক"
"এয়াৰপ্লে’ন ম’ডটো অফ কৰক"
"%1$sএ ক্ষিপ্ৰ ছেটিঙত এই টাইলটো যোগ দিব বিচাৰিছে"
"টাইল যোগ দিয়ক"
"টাইল যোগ নিদিব"
"ব্যৱহাৰকাৰী বাছনি কৰক"
"{count,plural, =1{# টা এপ্ সক্ৰিয় হৈ আছে}one{# টা এপ্ সক্ৰিয় হৈ আছে}other{# টা এপ্ সক্ৰিয় হৈ আছে}}"
"নতুন তথ্য"
"সক্ৰিয় এপ্"
"এই এপ্সমূহ সক্ৰিয় আৰু আনকি আপুনি এইসমূহ ব্যৱহাৰ নকৰাৰ সময়তো চলি থাকে। ই সেইসমূহৰ কাৰ্য্যক্ষমতা উন্নত কৰে, কিন্তু ই বেটাৰীৰ জীৱনকালতো প্ৰভাৱ পেলাব পাৰে।"
"বন্ধ কৰক"
"বন্ধ হ’ল"
"হ’ল"
"প্ৰতিলিপি কৰা হ’ল"
"%1$sৰ পৰা"
"প্ৰতিলিপি কৰা পাঠ অগ্ৰাহ্য কৰক"
"প্ৰতিলিপি কৰা পাঠ সম্পাদনা কৰক"
"প্ৰতিলিপি কৰা প্ৰতিচ্ছবি সম্পাদনা কৰক"
"নিকটৱৰ্তী ডিভাইচলৈ পঠাওক"
"চাবলৈ টিপক"
"পাঠ প্ৰতিলিপি কৰা হ’ল"
"প্ৰতিচ্ছবি প্ৰতিলিপি কৰা হ’ল"
"সমল প্ৰতিলিপি কৰা হ’ল"
"ক্লিপব’ৰ্ড সম্পাদক"
"ক্লিপব’ৰ্ড"
"প্ৰতিচ্ছবিৰ পূৰ্বদৰ্শন"
"সম্পাদনা কৰক"
"যোগ দিয়ক"
"ব্যৱহাৰকাৰী পৰিচালনা কৰক"
"এই জাননীটোৱে টানি আনি এৰাৰ পৰা বিভাজিত স্ক্ৰীন সমৰ্থন নকৰে।"
"ৱাই-ফাই উপলব্ধ নহয়"
"অগ্ৰাধিকাৰ ম’ড"
"এলাৰ্ম ছেট কৰা হ’ল"
"কেমেৰা অফ আছে"
"মাইক অফ আছে"
"কেমেৰা আৰু মাইক অফ হৈ আছে"
"{count,plural, =1{# টা জাননী}one{# টা জাননী}other{# টা জাননী}}"
"%1$s, %2$s"
"টোকাগ্ৰহণ"
"সম্প্ৰচাৰণ"
"%1$sৰ সম্প্ৰচাৰ কৰা বন্ধ কৰিবনে?"
"যদি আপুনি %1$sৰ সম্প্ৰচাৰ কৰে অথবা আউটপুট সলনি কৰে, তেন্তে, আপোনাৰ বৰ্তমানৰ সম্প্ৰচাৰ বন্ধ হৈ যাব"
"%1$s সম্প্ৰচাৰ কৰক"
"আউটপুট সলনি কৰক"
"অজ্ঞাত"
"h:mm"
"kk:mm"
"%1$s খোলক"
"• এপ্টো ছেট আপ কৰা হৈছে"
"• Walletত অতি কমেও এখন কাৰ্ড যোগ দিয়া হৈছে"
"• এটা কেমেৰা এপ্ ইনষ্টল কৰক"
"• এপ্টো ছেট আপ কৰা হৈছে"
"• অতি কমেও এটা ডিভাইচ উপলব্ধ"
"শ্বৰ্টকাটটোত স্পৰ্শ কৰি ধৰি ৰাখক"
"বাতিল কৰক"
"এতিয়াই স্ক্ৰীন সলনি কৰক"
"ফ’নটো আনফ’ল্ড কৰক"
"স্ক্ৰীন সলনি কৰিবনে?"
"অধিক ৰিজ’লিউছনৰ বাবে, পিছফালৰ কেমেৰাটো ব্যৱহাৰ কৰক"
"অধিক ৰিজ’লিউছনৰ বাবে, ফ’নটো লুটিয়াই দিয়ক"
"জপাব পৰা ডিভাইচৰ জাপ খুলি থকা হৈছে"
"জপাব পৰা ডিভাইচৰ ওলোটাই থকা হৈছে"
"%s বেটাৰী বাকী আছে"
"আপোনাৰ ষ্টাইলাছ এটা চাৰ্জাৰৰ সৈতে সংযোগ কৰক"
"ষ্টাইলাছৰ বেটাৰী কম আছে"
"ভিডিঅ’ কেমেৰা"
"এই প্ৰ’ফাইলৰ পৰা কল কৰিব নোৱাৰি"
"আপোনাৰ কৰ্মস্থানৰ নীতিয়ে আপোনাক কেৱল কৰ্মস্থানৰ প্ৰ’ফাইলৰ পৰা ফ’ন কল কৰিবলৈ দিয়ে"
"কৰ্মস্থানৰ প্ৰ’ফাইললৈ সলনি কৰক"
"বন্ধ কৰক"
"লক স্ক্ৰীনৰ ছেটিং"
"ৱাই-ফাই উপলব্ধ নহয়"
"কেমেৰা অৱৰোধ কৰা আছে"
"কেমেৰা আৰু মাইক্ৰ’ফ’ন অৱৰোধ কৰা আছে"
"মাইক্ৰ’ফ’ন অৱৰোধ কৰা আছে"
"অগ্ৰাধিকাৰ দিয়া ম’ড অন আছে"