"Android Core এপসমূহ"
"সম্পৰ্কসমূহৰ ষ্ট’ৰেজ"
"সম্পর্কবোৰ"
"সম্পৰ্কসূচী আপগ্ৰেড কৰিবলৈ অধিক মেম\'ৰিৰ প্ৰয়োজন।"
"সম্পৰ্কসূচীৰ বাবে ষ্ট’ৰেজ আপগ্ৰেড কৰি থকা হৈছে"
"আপগ্ৰেড প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ টিপক।"
"সম্পর্কসূচী"
"অন্যান্য"
"ইয়াৰ পৰা অহা ভইচমেল "
"সম্পৰ্কসূচীৰ ডেটাবেছ প্ৰতিলিপি কৰক"
"আপুনি এই কাৰ্যবোৰ কৰিবলৈ লৈছে ১) আটাইবোৰ সম্পৰ্ক সম্বন্ধীয় তথ্য আৰু কল লগ সন্নিবিষ্ট থকা আপোনাৰ ডেটাবেছক আভ্য়ন্তৰীণ ষ্ট’ৰেজলৈ প্ৰতিলিপি কৰা আৰু ২) ইয়াক ইমেইল কৰা। ডিভাইচৰ পৰা সফলতাৰে প্ৰতিলিপি কৰাৰ বা ইমেইল পোৱাৰ পাছত উক্ত প্ৰতিলিপি মচিবলৈ নাপাহৰিব।"
"এতিয়াই মচক"
"আৰম্ভ কৰক"
"আপোনাৰ ফাইল পঠাবলৈ কোনো প্ৰ\'গ্ৰাম বাছনি কৰক"
"সম্পৰ্কসূচী Db সংলগ্ন কৰা হ’ল"
"মোৰ সকলো সম্পৰ্ক তথ্য়সহ মোৰ সম্পৰ্কসূচী সংলগ্ন কৰা হ’ল। সাবধানে চলাব।"