"ডাউনল’ড মেনেজাৰ" "ডাউনল\'ডসমূহ" "ডাউনল’ড মেনেজাৰ এক্সেছ কৰিব পাৰে।" "এপ্‌টোক ডাউনল’ড মেনেজাৰ এক্সেছ কৰিবলৈ আৰু তাক ব্যৱহাৰ কৰি ফাইল ডাউনল’ড কৰিবলৈ অনুমতি দিয়ে। ক্ষতিকাৰক এপ্‌সমূহে এই সুবিধাটো ব্যৱহাৰ কৰি ডাউনল’ডত বিঘিনি জন্মোৱাৰ লগতে ব্যক্তিগত তথ্য চাব পাৰিব পাৰে।" "উচ্চখাপৰ ডাউনল’ড মেনেজাৰ ফাংশ্বনসমূহ।" "এপ্‌টোক ডাউনল’ড মেনেজাৰৰ উচ্চখাপৰ ফাংশ্বন এক্সেছ কৰিবলৈ অনুমতি দিয়ে। ক্ষতিকাৰক এপ্‌সমূহে এই সুবিধাটো ব্যৱহাৰ কৰি ডাউনল’ডত বিঘিনি জন্মোৱাৰ লগতে ব্যক্তিগত তথ্য এক্সেছ কৰিব পাৰে।" "ডাউনল’ড জাননী প্ৰেৰণ কৰিব পাৰে।" "সম্পূৰ্ণ হোৱা ডাউনল\'ডৰ বিষয়ে জাননী প্ৰেৰণ কৰিবলৈ এপ্‌টোক অনুমতি দিয়ে। ক্ষতিকাৰক এপসমূহে এই সুবিধাটো ফাইল ডাউনল\'ডকাৰী অইন এপক বিভ্ৰান্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।" "ডাউন\'লড কেশ্বত ঠাই সংৰক্ষিত কৰিব পাৰে" "এপ্‌টোক ডাউনল’ড কেশ্বত ফাইল ডাউনল’ড কৰিবলৈ অনুমতি দিয়ে, যাক ডাউনল’ড মেনেজাৰক অধিক খালী ঠাই প্ৰয়োজন হ\'লে স্বয়ংক্ৰিয়ভাৱে মচি পেলাব নোৱাৰি।" "জাননী নিদিয়াকৈ ফাইল ডাউনল’ড কৰিব পাৰে" "এপ্‌টোক ব্যৱহাৰকাৰীক কোনো জাননী নিদিয়াকৈ ডাউনল’ড মেনেজাৰ ব্যৱহাৰ কৰি ফাইল ডাউনল’ড কৰিবলৈ অনুমতি দিয়ে।" "আটাইবোৰ ছিষ্টেম ডাউনল\'ড এক্সেছ কৰিব পাৰে" "ছিষ্টেমত থকা যিকোনো এপে সূচনা কৰা আটাইবোৰ ডাউনল’ড চাবলৈ আৰু সংশোধন কৰিবলৈ এপ্‌টোক অনুমতি দিয়ে।" "<শিৰোনামবিহীন>" "ডাউনল’ড সম্পূৰ্ণ হ’ল।" "ডাউনল’ড কৰিবপৰা নগ\'ল।" "এই আকাৰৰ ডাউনল\'ডৰ বাবে ৱাই-ফাইৰ প্ৰয়োজন।" "নেপথ্যত পজ কৰক।" "অপাৰেটৰ নেটৱৰ্কৰ বাবে ডাউনল\'ডটো অতি ডাঙৰ" "আপুনি এই %1$s আকাৰৰ ডাউনল’ড কৰিবলৈ ৱাই-ফাই ব্যৱহাৰ কৰিবই লাগিব।\n\nআপুনি পাছত ৱাই-ফাইৰ সৈতে সংযুক্ত হ\'লে এই ডাউনল’ডটো আৰম্ভ কৰিবলৈ %2$s ত স্পৰ্শ কৰক।" "পাছত ডাউনল’ড কৰিবলৈ লানি পাতি ৰাখিবনে?" "এই %1$s আকাৰৰ ডাউনল’ডটো আৰম্ভ কৰিলে বেটাৰিৰ জীৱনকাল হ্ৰাস হ\'ব পাৰে আৰু/বা অত্যধিক ম’বাইল ডেটা ব্যৱহাৰ হ’ব পাৰে, যাৰ ফলত আপোনাৰ ডেটা আঁচনি অনুসৰি মাচুল ভৰিবলগীয়া হ’ব পাৰে।\n\nআপুনি পাছত ৱাই-ফাইৰ সৈতে সংযুক্ত হ’লে এই ডাউনল\'ডটো আৰম্ভ কৰিবলৈ %2$sত স্পৰ্শ কৰক।" "লানি পাতি ৰাখক" "বাতিল কৰক" "এতিয়া আৰম্ভ কৰক" %dটা ফাইল ডাউনল’ড কৰি থকা হৈছে %dটা ফাইল ডাউনল’ড কৰি থকা হৈছে %dটা ফাইল অপেক্ষাৰত %dটা ফাইল অপেক্ষাৰত "%s বাকী আছে" "ফাইল খুলিব নোৱাৰি" "ডাউনল\'ডসমূহ" "লানি পাতি ৰখা হৈছে" "চলি আছে" "সফল নহ\'ল" "চলি আছে, %s"