"ছেটিংবোৰ"
"অধিক"
"ডিছপ্লে’"
"উজ্জ্বলতাৰ স্তৰ"
"অভিযোজিত উজ্জ্বলতা"
"স্ক্ৰীনৰ উজ্জ্বলতা আৰু সামগ্ৰিক অৱস্থা মিলাওক"
"ৰাতিৰ লাইট অন হৈ আছে"
"নৈশ ম\'ড"
"নেটৱৰ্ক আৰু ইণ্টাৰনেট"
"ম’বাইল নেটৱৰ্ক"
"{count,plural, =1{# খন ছিম}one{# খন ছিম}other{# খন ছিম}}"
"সক্রিয় / ছিম"
"নিষ্ক্ৰিয় / ছিম"
"সক্ৰিয় / ডাউনল’ড কৰা ছিম"
"নিষ্ক্ৰিয় / ডাউনল’ড কৰা ছিম"
"অধিক যোগ কৰক"
"ম’বাইল ডেটা"
"ম’বাইল নেটৱৰ্ক ব্যৱহাৰ কৰি ডেটা এক্সেছ কৰক"
"ম’বাইলৰ নেটৱৰ্ক"
"ম’বাইল ডেটা ব্যৱহাৰ কৰক"
"অফ"
"ম’বাইল ডেটা অফ কৰিবনে?"
"বাছনি কৰা প্ৰয়োজন"
"ডেটাৰ বাবে %1$s ব্যৱহাৰ কৰিবনে?"
"আপুনি ম’বাইল ডেটাৰ বাবে %2$s ব্যৱহাৰ কৰি আছে। যদি আপুনি ইয়াৰ সলনি %1$s ব্যৱহাৰ কৰে তেন্তে, ম’বাইল ডেটাৰ বাবে আৰু %2$s ব্যৱহাৰ কৰা নহ’ব।"
"%1$s ব্যৱহাৰ কৰক"
"ৰ’মিং"
"ৰ’মিঙৰ সময়ত ডেটা সেৱাৰ সৈতে সংযোগ কৰক"
"ডেটা ৰ’মিঙৰ অনুমতি দিবনে?"
"ৰ’মিঙৰ মাচুলসমূহ প্ৰযোজ্য হ’ব পাৰে।"
"ডেটা ব্যৱহাৰ"
"মুখ্য ডেটা"
"^1 ^2 ব্যৱহাৰ কৰা হৈছে"
"ডেটাৰ ব্যৱহাৰ সম্পৰ্কীয় সকীয়নি ^1"
"ডেটাৰ সীমা ^1"
"ডেটাৰ ব্যৱহাৰ সম্পৰ্কীয় সকীয়নি ^1 / ডেটাৰ সীমা ^2"
"{count,plural, =1{# দিন বাকী আছে}one{# দিন বাকী আছে}other{# দিন বাকী আছে}}"
"সময় শেষ হ’ল"
"১দিনতকৈও কম সময় বাকী আছে"
"^1এ ^2 আগত আপডে’ট কৰিছে"
"^2 আগত আপডে’ট কৰা হৈছে"
"^1এ এইমাত্ৰ আপডে’ট কৰিছে"
"এইমাত্ৰ আপডে’ট কৰা হৈছে"
"ডেটা আঁচনি চাওক"
"এপৰ ডেটা ব্যৱহাৰ"
"সীমিত"
"ব্যৱহাৰ চক্ৰ ৰিছেট হোৱাৰ তাৰিখ"
"প্ৰতি মাহৰ তাৰিখ:"
"ছেট কৰক"
"ডেটা ব্যৱহাৰৰ সকীয়নি আৰু সীমা"
"এপে ব্যৱহাৰ কৰা ডেটাৰ চক্ৰ"
"ম’বাইল ডেটাৰ ব্যৱহাৰ"
"ডেটা ব্যৱহাৰৰ সকীয়নি ছেট কৰক"
"ডেটা সকীয়নি"
"ডেটাৰ সীমা ছেট কৰক"
"ডেটাৰ সীমা"
"ডেটাৰ ব্যৱহাৰ সীমিত কৰি থকা হৈছে"
"আপুনি ছেট কৰা সীমাত উপনীত হোৱাৰ লগে লগে আপোনাৰ বাহনৰ হে’ড ইউনিটে ম’বাইল ডেটা অফ কৰি দিব।\n\nযিহেতু ডেটাৰ ব্যৱহাৰ আপোনাৰ হে’ড ইউনিটে গণনা কৰে যিটো আপোনাৰ বাহকৰ গণনাৰ সৈতে একে নহ’বও পাৰে, গতিকে এক ৰক্ষণশীল সীমা বন্ধাৰ কথা বিবেচনা কৰক।"
"ডেটা ব্যৱহাৰৰ সতৰ্কবাণী ছেট কৰক"
"ডেটা ব্যৱহাৰৰ সীমা ছেট কৰক"
"ডেটাৰ ব্যৱহাৰ আপোনাৰ ডিভাইচৰ দ্বাৰা জোখা হয়। ই আপোনাৰ ম’বাইলৰ বাহকৰ ডেটাতকৈ পৃথক হ’ব পাৰে।"
"ছেট কৰক"
"ছেভ কৰক"
"OEM নেটৱৰ্ক"
"বাহনৰ ইণ্টাৰনেট"
"বাহনখনৰ ইণ্টাৰনেট অফ কৰা কাৰ্যই বাহনৰ কিছুমান সুবিধা অথবা এপ্সমূহক কাম কৰাত বাধা দিব পাৰে।\n\n আপোনাৰ বাহনখন চলাবলৈ আৱশ্যক হোৱা গুৰুত্বপূৰ্ণ ডেটা বাহন নিৰ্মাতাৰ সৈতে শ্বেয়াৰ কৰাটো অব্যাহত থাকিব।"
"যি হ’লেও অফ কৰক"
"বাহনৰ ইণ্টাৰনেট অফ হৈ আছে। এই কাৰ্যই বাহনৰ কিছুমান সুবিধা অথবা এপ্সমূহক কাম কৰাত বাধা দিব পাৰে। আপোনাৰ বাহনখন চলাবলৈ আৱশ্যক হোৱা গুৰুত্বপূৰ্ণ ডেটা বাহন নিৰ্মাতাৰ সৈতে শ্বেয়াৰ কৰাটো অব্যাহত থাকিব।"
"%1$s ব্যৱহাৰ কৰা হৈছে %2$s - %3$s"
"অন্য নেটৱৰ্কৰ সৈতে সংযোগ কৰক"
"নেটৱৰ্কৰ অগ্ৰাধিকাৰ"
"ৱাই-ফাই"
"ৱাই-ফাই অন কৰি থকা হৈছে…"
"ৱাই-ফাই অফ কৰি থকা হৈছে…"
"ৱাই-ফাইৰ তালিকা ল’ড কৰি থকা হৈছে"
"ৱাই-ফাই অক্ষম কৰা হ’ল"
"নেটৱৰ্ক পাহৰিব পৰা নগ\'ল"
"নেটৱৰ্কৰ সৈতে সংযোগ কৰিব পৰা নগ\'ল"
"নেটৱৰ্ক যোগ কৰক"
"সংযোগ কৰক"
"সংযোগ কৰি থকা হৈছে…"
"সংযোজিত হৈ থকা নাই"
"নেটৱৰ্ক সংযোগ সীমাৰ ভিতৰত নাই"
"পাছৱৰ্ড"
"পাছৱৰ্ড দেখুৱাওক"
"অনুগ্ৰহ কৰি নেটৱৰ্কৰ এটা নাম দিয়ক"
"নেটৱৰ্কৰ নাম"
"SSID দিয়ক"
"সুৰক্ষা"
"ছিগনেলৰ ক্ষমতা"
"স্থিতি"
"লিংকৰ গতি"
"ফ্ৰিকুৱেন্সী"
"আইপি ঠিকনা"
"পাছৱৰ্ড দেখুৱাওক"
"নেটৱৰ্কৰ নাম দিয়ক"
"পাছৱৰ্ড দিয়ক"
"access_point_tag_key"
- "ক্ষীণ"
- "বেয়া"
- "ঠিকে আছে"
- "ভাল"
- "বৰ ভাল"
"%1$d এমবিপিএছ"
"২.৪ গিগাহাৰ্টজ"
"৫ গিগাহাৰ্টজ"
"নেটৱৰ্কৰ সবিশেষ"
"MAC ঠিকনা"
"IP ঠিকনা"
"ছাবনেট মাস্ক"
"DNS"
"IPv6 ঠিকনা"
"গে’টৱে’"
"ৱাই-ফাইৰ অগ্ৰাধিকাৰ"
"ৱাই-ফাই স্বয়ংক্ৰিয়ভাৱে অন কৰক"
"আপোনাৰ ঘৰৰ নেটৱৰ্কৰ দৰে ছেভ কৰি থোৱা উচ্চ গুণগত মানৰ নেটৱৰ্কৰ ওচৰ পালে ৱাই-ফাই পুনৰ অন হ\'ব"
"অৱস্থান সেৱা অফ কৰি থোৱা কাৰণে উপলব্ধ নহয়। ""অৱস্থান"" অন কৰক।"
"ৱাই-ফাই স্কেনিঙৰ সুবিধাটো অন কৰিবনে?"
"অন কৰক"
"ৱাই-ফাই স্কেনিঙৰ সুবিধাটো অন কৰা আছে"
"স্বয়ংক্ৰিয়ভাৱে ম’বাইল ডেটালৈ সলনি কৰক"
"ৱাই-ফাইত ইণ্টাৰনেট নাথাকিলে ম’বাইল ডেটা ব্যৱহাৰ কৰক। ডেটাৰ খৰচ বহন কৰিবলগীয়া হ’ব পাৰে।"
"ৱাই-ফাই নেটৱৰ্ক বিচাৰক আৰু সংযোগ কৰক"
"অধিক জানক"
"হটস্পটৰ নাম"
"%1$s অন কৰি থকা হৈছে..."
"%1$sৰ সৈতে অন্য ডিভাইচে সংযোগ কৰিব পাৰে"
"হটস্পটৰ পাছৱৰ্ড"
"সুৰক্ষা"
"WPA3-ব্যক্তিগত"
"WPA2/WPA3-ব্যক্তিগত"
"WPA2-ব্যক্তিগত"
"নাই"
"এপি বেণ্ড"
"AP বেণ্ড বাছনি কৰক"
"স্বয়ংক্ৰিয়"
"২.৪ গিগাহাৰ্টজ বেণ্ড"
"৫.০ গিগাহাৰ্টজ বেণ্ড"
"৫.০ গিগাহাৰ্টজ বেণ্ডক অগ্ৰাধিকাৰ দিয়া হৈছে"
"২.৪ গিগাহাৰ্টজ"
"৫.০ গিগাহাৰ্টজ"
"ৱাই-ফাই হটস্পটৰ বাবে কমেও এটা বেণ্ড বাছনি কৰক:"
"হ’টস্পট আৰু টেডাৰিং"
"হটস্পট"
"অফ আছে"
"স্বয়ংক্ৰিয়ভাৱে হটস্পট অফ কৰক"
"যদি কোনো ডিভাইচ সংযোগ হৈ নাথাকে, তেন্তে ৱাই-ফাই হটস্পট অফ হ’ব"
"%sএ ৱাই-ফাই অন কৰিব বিচাৰে"
"%s এ ৱাই-ফাই অফ কৰিব বিচাৰিছে"
"আসোঁৱাহ"
"%1$sৰ সৈতে ব্যৱহাৰ কৰিবলগীয়া ডিভাইচ"
"কোনো ডিভাইচ বিচাৰি পোৱা নগ’ল। ডিভাইচ যাতে অন হৈ থাকে আৰু সংযোগ কৰিব পৰাকৈ উপলব্ধ থাকে সেইয়া নিশ্চিত কৰক।"
"আকৌ চেষ্টা কৰক"
"কিবা এটা সমস্যা হৈছে। এপ্লিকেশ্বনটোৱে ডিভাইচ বাচনি কৰাৰ অনুৰোধ বাতিল কৰিলে।"
"সংযোগ সফল হৈছে"
"সকলো দেখুৱাওক"
"অনুসন্ধান কৰি থকা হৈছে"
"ব্লুটুথ"
"ব্লুটুথ ব্যৱহাৰ কৰক"
"নাম নথকা ডিভাইচ"
"পেয়াৰ কৰা ডিভাইচসমূহ"
"নতুন ডিভাইচ পেয়াৰ কৰক"
"পেয়াৰ কৰিবলৈ ব্লুটুথ অন হ’ব"
"ডিভাইচৰ সংযোগ বিচ্ছিন্ন কৰিবনে?"
"আপোনাৰ বাহনৰ সৈতে %1$sৰ সংযোগ বিচ্ছিন্ন হ’ব।"
"বাহনৰ ব্লুটুথৰ ঠিকনা: %1$s"
"ডিভাইচৰ ব্লুটুথৰ ঠিকনা: %1$s"
"বাহনৰ নাম"
"এই বাহনৰ নতুন নাম দিয়ক"
"ডিভাইচৰ নতুন নাম দিয়ক"
"নতুন নাম দিয়ক"
"উপলব্ধ ডিভাইচসমূ্হ"
"প্ৰ’ফাইল"
"ব্লুটুথ অন কৰি থকা হৈছে…"
"ব্লুটুথ অফ কৰি থকা হৈছে…"
"%1$sএ ব্লুটুথ অন কৰিবলৈ বিচাৰিছে"
"%1$sএ ব্লুটুথ অফ কৰিবলৈ বিচাৰিছে"
"এটা এপে ব্লুটুথ অন কৰিবলৈ বিচাৰিছে"
"এটা এপে ব্লুটুথ অফ কৰিবলৈ বিচাৰিছে"
"%1$sএ আপোনাৰ হেডইউনিটটো %2$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।"
"এটা এপে আপোনাৰ হেডইউনিটটো %1$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।"
"%1$sএ ব্লুটুথ অন কৰি আপোনাৰ হেডইউনিটটো %2$d ছেকেণ্ডৰ বাবে অন্য ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।"
"এটা এপে ব্লুটুথ অন কৰি আপোনাৰ হেডইউনিটটো %1$d ছেকেণ্ডৰ বাবে অন্য ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।"
"অন্য ডিভাইচৰ বাবে %1$s হিচাপে দৃশ্যমান"
"মোৰ ডিভাইচ"
"আগতে সংযোগ কৰা"
"%1$s সংযোগ কৰা হ’ল"
"%1$sৰ সংযোগ বিচ্ছিন্ন কৰা হ’ল"
"ব্লুটুথ যোৰা লগোৱাৰ অনুৰোধ"
"পেয়াৰ আৰু সংযোগ কৰক"
"ব্লুটুথ যোৰ লগোৱা ক’ড"
"পিনত বৰ্ণ বা প্ৰতীকবোৰ থাকে"
"যোৰা লগোৱা ক’ডটো টাইপ কৰক আৰু তাৰ পাছত ৰিটাৰ্ণ বা এণ্টাৰ কী হেঁচক"
"%1$sৰ সৈতে পেয়াৰ কৰিবনে?"
"%1$sক আপোনাৰ সম্পৰ্কসূচী আৰু কলৰ ইতিহাস এক্সেছ কৰিবলৈ দিয়ক"
"আপুনি এই পিনটো আনটো ডিভাইচত টাইপ কৰিবলগীয়াও হ’ব পাৰে৷"
"আপুনি এই পাছকীটো আনটো ডিভাইচত টাইপ কৰিবলগীয়াও হ’ব পাৰে৷"
"১৬টা অংকযুক্ত হ\'ব লাগিব"
"সচৰাচৰতে ০০০০ বা ১২৩৪"
"যোৰা লগোৱাৰ অনুৰোধ"
"%1$sৰ লগত পেয়াৰ কৰিবলৈ টিপক"
"ব্লুটুথ ডিভাইচ বাছনি কৰক"
"ভাষা"
"ভাষা আৰু ইনপুট"
"প্ৰস্তাৱিত"
"সকলো ভাষা"
"কীব’ৰ্ড"
"কীব’ৰ্ড পৰিচালনা কৰক"
"পাঠৰ পৰা কথনৰ আউটপুট"
"অগ্ৰাধিকাৰপ্ৰাপ্ত ইঞ্জিন"
"বৰ্তমানৰ ইঞ্জিন"
"কথা কোৱাৰ হাৰ"
"পিচ্চ"
"ৰিছেট কৰক"
"ধ্বনি"
"ৰিঙৰ ভলিউম"
"নেভিগেশ্বনৰ ভলিউম"
"ৰিংট’ন"
"জাননী"
"মিডিয়া"
"সংগীত আৰু ভিডিঅ’সমূহৰ বাবে ভলিউম ছেট কৰক"
"এলাৰ্ম"
"ফ’নৰ ৰিংট’ন"
"জাননীৰ ডিফ’ল্ট ধ্বনি"
"এলাৰ্মৰ ডিফ’ল্ট ধ্বনি"
"ছেভ কৰক"
"সতৰ্কবাৰ্তাৰ ধ্বনি"
"ৰিংট’ন, জাননী, এলাৰ্ম"
"উজ্জ্বলতা"
"কম পোহৰৰ বাবে স্ক্ৰীন মিলাওক"
"এককসমূহ"
"বেগ"
"দূৰত্ব"
"ইন্ধন খৰচৰ পৰিমাণ"
"শক্তি খৰচৰ পৰিমাণ"
"উষ্ণতা"
"ভলিউম"
"চাপ"
"%1$s - %2$s"
"%1$s/%2$s"
"%1$d%2$s"
"%1$d%2$s"
"মিটাৰ/ছেকেণ্ড"
"আৱর্তন/মিনিট"
"হার্টজ"
"প্ৰতিশততা"
"মিলিমিটাৰ"
"মিটাৰ"
"কিল\'মিটাৰ"
"মাইল"
"চেলছিয়াছ"
"ফাইৰেনহাইট"
"কেলভিন"
"মিলিলিটাৰ"
"লিটাৰ"
"গেলান"
"ইমপাৰিয়েল গেলান"
"নেন\'ছেকেণ্ড"
"ছেকেণ্ড"
"বছৰ"
"কিল\'পাস্কেল"
"ৱাট ঘণ্টা"
"মিলিএম্পায়াৰ"
"মিলিভল্ট"
"মিলিৱাট"
"এম্পায়াৰ ঘণ্টা"
"কিল\'ৱাট ঘণ্টা"
"পাউণ্ড/বর্গ ইঞ্চি"
"মাইল/ঘণ্টা"
"কিল\'মিটাৰ/ঘণ্টা"
"বাৰ"
"ডিগ্ৰী"
"কিল\'ৱাট/এশ মাইল"
"কিল\'ৱাট/এশ কিল\'মিটাৰ"
"মাইল প্ৰতি গেলান (US)"
"মাইল/গেলান (ইউকে)"
"কিল\'মিটাৰ/লিটাৰ"
"লিটাৰ/এশ কিল\'মিটাৰ"
"এপ্ আৰু জাননী"
"সকলো এপ্ দেখুৱাওক"
"ডিফ’ল্ট এপ্"
"কাৰ্যদক্ষতাত-প্ৰভাৱ পেলোৱা এপ্"
"এপৰ অনুমতি"
"আপোনাৰ ডেটালৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক"
"এপ্ সম্পৰ্কীয় তথ্য"
"বলেৰে ৰখাওক"
"বলেৰে বন্ধ কৰিবনে?"
"আপুনি কোনো এপ্ বলেৰে বন্ধ কৰিবলৈ চেষ্টা কৰিলে ই অস্বাভাৱিক আচৰণ কৰিব পাৰে।"
"এপৰ কাৰ্যদক্ষতাক অগ্ৰাধিকাৰ দিবনে?"
"এইটোৱে ছিষ্টেমত সমস্যাৰ সৃষ্টি কৰা অথবা দীঘলীয়া সময়ৰ বাবে হাৰ্ডৱেৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। আপুনি অব্যাহত ৰাখিব বিচাৰেনে?"
"হয়"
"নালাগে, ধন্যবাদ"
"অক্ষম কৰক"
"সক্ষম কৰক"
"আনইনষ্টল কৰক"
"আপুনি যদি এই এপ্টো অক্ষম কৰে, তেন্তে Android আৰু অন্য এপ্সমূহে বিচৰাধৰণে আৰু কাম নকৰিব পাৰে।"
"এপ্টো অক্ষম কৰক"
"এই প্ৰ’ফাইলটোৰ বাবে ইনষ্টল কৰি থোৱা হোৱা নাই"
"অনুমতি"
"জাননী"
"ষ্ট’ৰেজ আৰু কেশ্ব"
"এপৰ কাৰ্যদক্ষতাক অগ্ৰাধিকাৰ দিয়ক"
"সংস্কৰণ: %1$s"
"কোনো অনুমতি দিয়া হোৱা নাই"
"অনুমতি বিচৰা হোৱা নাই"
"অব্যৱহৃত এপ্"
"{count,plural, =1{# টা অব্যৱহৃত এপ্}one{# টা অব্যৱহৃত এপ্}other{# টা অব্যৱহৃত এপ্}}"
"অনুমতি আঁতৰাওক আৰু ঠাই খালী কৰক"
"%s অভ্যন্তৰীণ ষ্ট’ৰেজত আছে"
"এপৰ কাৰ্যদক্ষতাক অগ্ৰাধিকাৰ দিবলৈ ছিষ্টেমৰ সম্পদসমূহ ব্যৱহাৰ কৰে"
"ডেটাৰ ব্যৱহাৰ"
"এপ্ ডেটাৰ ব্যৱহাৰ"
"ব্যৱহাৰৰ ইতিহাস"
"আটাইবোৰ এপ্"
"ডেটা আৰু ৱাই-ফাইৰ ব্যৱহাৰ"
"ব্যৱহাৰৰ ইতিহাস"
"মুঠ ব্যৱহাৰ"
"অগ্ৰভাগ"
"নেপথ্য ডেটা ব্যৱহাৰ"
"ডেটাৰ অনুমতি দিয়ক"
"এই এপ্টোক ম’বাইল ডেটা ব্যৱহাৰ কৰিবলৈ দিয়ক"
"ডেটা সীমিত কৰক"
"এপ্টো অগ্ৰভাগত থাকিলেহে ম’বাইল ডেটা ব্যৱহাৰ কৰক"
"গণনা কৰি থকা হৈছে…"
"{count,plural, =1{# টা অতিৰিক্ত অনুমতি}one{# টা অতিৰিক্ত অনুমতি}other{# টা অতিৰিক্ত অনুমতি}}"
"টোকা: ৰিবুট কৰাৰ পাছত আপুনি নিজৰ বাহনখন আনলক নকৰালৈকে এই এপ্টো ষ্টাৰ্ট হ’ব নোৱাৰে।"
"সহায় আৰু ধ্বনি ইনপুট"
"সহায়ক এপ্"
"স্ক্ৰীনৰ পৰা পাঠ ব্যৱহাৰ কৰক"
"স্ক্ৰীনৰ সমলসমূহ পাঠ ৰূপে চাবলৈ সহায়ক এপক এক্সেছ দিয়ক"
"স্ক্ৰীনশ্বট ব্যৱহাৰ কৰক"
"সহায়ক এপ্টোক স্ক্ৰীনৰ কোনো ছবি এক্সেছ কৰিবলৈ অনুমতি দিয়ক"
"ধ্বনি ইনপুট"
"স্বয়ংপূৰ্তি সেৱা"
"নাই"
"বাছনিকৃত"
"এই সহায়কটোৱে আপোনাৰ ছিষ্টেমত ব্যৱহৃত হৈ থকা এপসমূহৰ বিষয়ে তথ্য পঢ়িব পাৰিব। সেই তথ্যসমূহৰ ভিতৰত আপোনাৰ স্ক্ৰীনত দেখা পোৱা বা এপে চাব পৰা তথ্যসমূহ অন্তৰ্ভুক্ত।"
"<b>আপুনি এই এপ্টোক বিশ্বাস কৰাটো নিশ্চিত কৰক</b> <br/> <br/> <xliff:g id=app_name example=Google Autofill>%1$s</xliff:g>এ কি স্বয়ংপূৰ্তি কৰিব পাৰিব সেয়া আপোনাৰ স্ক্ৰীনত থকা সমল ব্যৱহাৰ কৰি নির্ধাৰণ কৰে।"
"সেৱা যোগ কৰক"
"লিংকসমূহ খুলি থকা হৈছে"
"ইনষ্টল কৰা এপ্সমূহ"
"সমৰ্থিত লিংকসমূহ নুখুলিব"
"%s খোলক"
"%s আৰু অন্য URLবোৰ খোলক"
"ডিফ’ল্ট অনুযায়ী খোলক"
"অন্য ডিফ’ল্টসমূহ"
"কোনো ডিফ’ল্ট ছেট কৰা হোৱা নাই৷"
"আপুনি কিছুমান কাৰ্যৰ কাৰণে এই এপক ডিফ’ল্টভাৱে লঞ্চ কৰাৰ বিকল্প বাছি লৈছে।"
"ডিফল্টবিলাক মচক"
"সমৰ্থিত লিংকসমূহ খোলক"
"এইটো এপত খোলক"
"প্ৰতিবাৰতে সোধক"
"এইটো এপত নুখুলিব"
"সমৰ্থিত লিংকসমূহ"
"এপ্"
"শেহতীয়াকৈ খোলা"
"%1$d টা এপৰ আটাইবোৰ চাওক"
"অনুমতি পৰিচালক"
"আপোনাৰ ডেটালৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক"
"Assistant আৰু বহুতো এপৰ বাবে"
"{count,plural, =1{# টা এপে কাৰ্যদক্ষতাত প্ৰভাৱ পেলাইছে}one{# টা এপে কাৰ্যদক্ষতাত প্ৰভাৱ পেলাইছে}other{# টা এপে কাৰ্যদক্ষতাত প্ৰভাৱ পেলাইছে}}"
"ছিষ্টেম আৰু অন্য ছেটিঙলৈ"
"বিশেষ এপ্ এক্সেছ"
"ছিষ্টেম দেখুৱাওক"
"ছিষ্টেম লুকুৱাওক"
"ছিষ্টেম এপ্ লুকুৱাওক"
"ছিষ্টেমৰ ছেটিংসমূহ সংশোধন কৰক"
"এই অনুমতিটোৱে কোনো এপক ছিষ্টেম ছেটিংসমূহ সংশোধন কৰিবলৈ অনুমতি দিয়ে।"
"জাননীৰ এক্সেছ"
"%1$sক জাননী এক্সেছ কৰাৰ অনুমতি দিবনে?"
"%1$sএ সকলো জাননী আৰু ব্যক্তিগত তথ্য যেনে সম্পৰ্কৰ নাম আৰু আপুনি লাভ কৰা পাঠ বাৰ্তা পঢ়িবলৈ সক্ষম হ’ব। ই জাননী প্ৰত্যাখ্যান কৰিব পাৰিব বা সেইবিলাকত থকা ক্ৰিয়া সম্পৰ্কীয় বুটামৰ দ্বাৰা কৰিবলগীয়া কাৰ্যসমূহৰ সূচনা কৰিব পাৰিব। \n\nই এপ্টোক অসুবিধা নিদিব অন বা অফ কৰাৰ লগতে তাৰ লগত জড়িত ছেটিংসমূহ সলনি কৰাৰ ক্ষমতা দিব।"
"আপুনি যদি %1$sক জাননী এক্সেছ কৰাৰ অনুমতি নিদিয়ে, তেন্তে অসুবিধা নিদিব-ৰ এক্সেছো অফ হ’ব পাৰে।"
"অফ কৰক"
"বাতিল কৰক"
"এই এপ্সমূহে ছিষ্টেমৰ কাৰ্যদক্ষতাত ঋণাত্মক প্ৰভাৱ পেলায় আৰু এইবোৰক নেপথ্যত চলাত বাধা দিয়া হৈছে।\nনেপথ্যত ব্যৱহাৰৰ অনুমতি দিবলৈ আৰু ইয়াক সূচীখনৰ পৰা আঁতৰাবলৈ এপক অগ্ৰাধিকাৰ দিয়ক।"
"এপক অগ্ৰাধিকাৰ দিয়ক"
"প্ৰিমিয়াম এছএমএছৰ এক্সেছ"
"প্ৰিমিয়াম এছএমএছৰ কাৰণে আপুনি খৰচ বহন কৰিবলগীয়া হ’ব পাৰে যাৰ বাবে বাহকে আপোনালৈ পঠিওৱা বিলত দেয়ৰ পৰিমাণ বাঢ়িব পাৰে। আপুনি যদি কোনো এপক অনুমতি দিয়ে, তেন্তে আপুনি সেই এপ্টো ব্যৱহাৰ কৰি প্ৰিমিয়াম এছএমএছ পঠাব পাৰিব।"
"ব্যৱহাৰৰ এক্সেছ"
"ব্যৱহাৰৰ এক্সেছ সুবিধাই এটা এপক আপুনি আন কি এপ্ ব্যৱহাৰ কৰে আৰু সেইবোৰ কিমান সঘনাই ব্যৱহাৰ কৰে, লগতে আপোনাৰ বাহক, ভাষাৰ ছেটিংসমূহ আৰু অন্যান্য সবিশেষ ট্ৰেক কৰিবলৈ অনুমতি দিয়ে।"
"ৱাই-ফাই নিয়ন্ত্ৰণ"
"ৱাই-ফাই নিয়ন্ত্ৰণ সুবিধাই এটা এপক ৱাই-ফাই অন বা অফ কৰিবলৈ, স্কেন কৰিবলৈ আৰু ৱাই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলৈ আৰু বা নেটৱৰ্ক আঁতৰাবলৈ, বা স্থানীয়-মাত্ৰ হটস্পট আৰম্ভ কৰিবলৈ অনুমতি দিয়ে।"
"অধিক"
"অৱস্থান"
"অৱস্থান ব্যৱহাৰ কৰক"
"আপুনি উল্লেখ কৰা এপ্সমূহক আপোনাৰ অৱস্থান এক্সেছ কৰিবলৈ দিয়ে"
"আপুনি যদি এইটো অফ কৰে, তেন্তে চালক সাহায্যৰ বাবে আৱশ্যক হোৱা এপৰ বাহিৰে এইটোৱে আটাইবোৰ এপৰ বাবে অৱস্থানৰ এক্সেছ আঁতৰাব"
"চালক সাহায্য সুবিধাৰ বাবে অৱস্থানৰ তথ্য ব্যৱহাৰ কৰক"
"বাহনখনৰ অৱস্থান অফ আছে"
"চালক সাহায্য এপে আপোনাৰ অৱস্থান এক্সেছ কৰিব নোৱাৰে"
"সলনি কৰক"
"গাড়ী চলোৱাত সহায় কৰা এপক আপোনাৰ অৱস্থানৰ তথ্য এক্সেছ কৰিবলৈ দিয়ক"
"আপুনি যদি এইটো অফ কৰে, তেন্তে অৱস্থানৰ তথ্যৰ ওপৰত নিৰ্ভৰশীল চালকৰ সাহায্য এপ্সমূহ অক্ষম কৰা হ’ব"
"তথাপি অফ কৰক"
"শেহতীয়াকৈ এক্সেছ কৰা"
"শেহতীয়াকৈ এক্সেছ কৰা"
"আটাইবোৰ চাওক"
"কোনো শেহতীয়া এপ্ নাই"
"%1$s • চালক সাহায্য"
"চালক সাহায্য সুবিধাসমূহৰ বাবে এই বাহনখনৰ অৱস্থান এক্সেছ কৰাৰ অনুমতি থকা এপ্"
"গোপনীয়তা নীতি"
"এপ্-স্তৰৰ অনুমতি"
"অৱস্থান সেৱা"
"অৱস্থান ব্যৱহাৰ কৰক"
"অৱস্থান সেৱাই আপোনাৰ ডিভাইচৰ অৱস্থান অনুমান কৰাত সহায় কৰিবলৈ জিপিএছ, ৱাই-ফাই, ম’বাইল নেটৱৰ্ক আৰু ছেন্সৰৰ দৰে উৎসসমূহ ব্যৱহাৰ কৰিব পাৰে।"
"চালক সাহায্য"
"চালক সাহায্য এপলৈ পঠিওৱা অৱস্থানৰ তথ্যত আপোনাক চিনাক্ত কৰা কোনো তথ্য নাথাকে। মচাৰ পূৰ্বে ইয়াক সৰ্বাধিক ২ দিনৰ বাবে ষ্ট’ৰ কৰা হয়।"
"মাইক্ৰ’ফ’ন"
"মাইক্র’ফ’ন ব্যৱহাৰ কৰক"
"আটাইবোৰ এপক আপোনাৰ মাইক্ৰ’ফ’ন এক্সেছ কৰিবলৈ দিয়ক"
"মাইক্ৰ’ফ’নৰ অনুমতি পৰিচালনা কৰক"
"শেহতীয়াকৈ এক্সেছ কৰা"
"কোনো শেহতীয়া এপ্ নাই"
"০ টা এপৰ এক্সেছ আছে"
"{count,plural, =1{{total_count} টা এপৰ ভিতৰত # টাৰ এক্সেছ আছে}one{{total_count} টা এপৰ ভিতৰত # টাৰ এক্সেছ আছে}other{{total_count} টা এপৰ ভিতৰত # টাৰ এক্সেছ আছে}}"
"শেহতীয়াকৈ এক্সেছ কৰা"
"আটাইবোৰ চাওক"
"ল’ড কৰি থকা হৈছে…"
"ছিষ্টেম"
"ছিষ্টেম আপডে’ট"
"উচ্চখাপৰ"
"এই বিষয়ে, আইন সংক্ৰান্তীয় তথ্য, ৰিছেট আৰু বহুতো"
"Android সংস্কৰণ"
"Android সুৰক্ষা পেচ্চ স্তৰ"
"মডেল আৰু হাৰ্ডৱেৰ"
"মডেল: %1$s"
"বেইছবেণ্ডৰ সংস্কৰণ"
"কাৰ্ণেলৰ সংস্কৰণ"
"বিল্ড নম্বৰ"
"ব্লুটুথৰ ঠিকনা"
"উপলব্ধ নহয়"
"স্থিতি"
"স্থিতি"
"বেটাৰীৰ স্থিতি, নেটৱৰ্ক আৰু অন্যান্য তথ্য"
"ফ\'ন নম্বৰ, বেতাঁৰ সংকেত ইত্যাদি"
"ইয়াৰ বিষয়ে"
"Android %1$s"
"আইনী তথ্য, স্থিতি, ছফটৱেৰৰ সংস্কৰণ চাওক"
"আইনী তথ্য"
"অৱদানকাৰীসকল"
"মেনুএল"
"নিয়মৰ লেবেলবোৰ"
"সুৰক্ষা আৰু নিময় সম্পৰ্কীয় মেনুৱেল"
"স্ৱত্ৱাধিকাৰ"
"অনুজ্ঞাপত্ৰ"
"নিয়ম আৰু চৰ্তাৱলী"
"ছিষ্টেম ৱেবভিউ অনুজ্ঞাপত্ৰ"
"ৱালপেপাৰ"
"উপগ্ৰহ ছবি যোগানকাৰী:\n©2014 CNES / Astrium, DigitalGlobe, Bluesky"
"ম\'ডেল"
"ক্ৰমিক নম্বৰ"
"হাৰ্ডৱেৰৰ সংস্কৰণ"
"তৃতীয় পক্ষৰ অনুজ্ঞাপত্ৰ"
"অনুজ্ঞাপত্ৰসমূহ ল\'ড কৰাত সমস্যা।"
"ল’ড হৈ আছে…"
"{count,plural, =1{আপুনি এতিয়া এগৰাকী বিকাশকৰ্তা হোৱাৰ পৰা # টা পদক্ষেপ দূৰত আছে।}one{আপুনি এতিয়া এগৰাকী বিকাশকৰ্তা হোৱাৰ পৰা # টা পদক্ষেপ দূৰত আছে।}other{আপুনি এতিয়া এগৰাকী বিকাশকৰ্তা হোৱাৰ পৰা # টা পদক্ষেপ দূৰত আছে।}}"
"আপুনি এতিয়া এজন বিকাশকৰ্তা!"
"কোনো প্ৰয়োজন নাই, আপুনি ইতিমধ্যে এজন বিকাশকৰ্তা।"
"বিকাশকৰ্তাৰ বিকল্পসমূহ"
"বিকল্পসমূহ ৰিছেট কৰক"
"নেটৱৰ্ক, এপসমূহ বা ডিভাইচৰ ৰিছেট সম্পৰ্কীয় বিকল্প"
"নেটৱৰ্ক ৰিছেট কৰক"
"এই কাৰ্যই সকলো নেটৱৰ্কৰ ছেটিংসমূহ ৰিছেট কৰিব, য’ত অন্তৰ্ভুক্ত আছে:"
"ৱাই-ফাই"
"ম’বাইল ডেটা"
"ব্লুটুথ"
"বাহনৰ সকলো eSIMs মচক"
"এইটোৱে আপোনাৰ সেৱাৰ আঁচনি বাতিল নকৰে।"
"eSIMs ৰিছেট কৰিব নোৱাৰি"
"নেটৱৰ্ক বাছনি কৰক"
"ছেটিংসমূহ ৰিছেট কৰক"
"ৰিছেট কৰিবনে?"
"সকলো নেটৱৰ্কৰ ছেটিংসমূহ ৰিছেট কৰিবনে? আপুনি এই কাৰ্যটো আনডু কৰিব নোৱাৰিব!"
"ছেটিংসমূহ ৰিছেট কৰক"
"নেটৱৰ্কৰ ছেটিংসমূহ ৰিছেট কৰা হৈছে"
"এপৰ অগ্ৰাধিকাৰসমূহ ৰিছেট কৰক"
"ইয়ে:\n\n""অক্ষম কৰি থোৱা এপ্"\n"অক্ষম কৰি থোৱা এপ্ জাননী"\n"কাৰ্যৰ ডিফ’ল্ট এপ্লিকেশ্বন"\n"এপৰ নেপথ্য ডেটা সীমাবদ্ধকৰণ"\n"যিকোনো অনুমতিৰ সীমাবদ্ধকৰণ""ৰ অগ্ৰাধিকাৰসমূহ ৰিছেট কৰিব\n\nআপুনি কোনো এপৰ ডেটা নেহেৰুৱায়।"
"এপসমূহ ৰিছেট কৰক"
"এপৰ অগ্ৰাধিকাৰসমূহ ৰিছেট কৰা হৈছে"
"সকলো ডেটা মচক (ফেক্টৰী ৰিছেট)"
"ইনফ’টেইনমেণ্ট ছিষ্টেমটোৰ পৰা আটাইবোৰ ডেটা আৰু প্ৰ’ফাইল মচক"
"এই কাৰ্যই আপোনাৰ বাহনখনৰ ইনফ’টেইনমেণ্ট ছিষ্টেমটোত থকা আটাইবোৰ ডেটা মচিব, য’ত এয়া অন্তৰ্ভুক্ত:\n\n""আপোনাৰ একাউণ্ট আৰু প্ৰ’ফাইল"\n"ছিষ্টেম আৰু এপৰ ডেটা আৰু ছেটিং"\n"ডাউনল’ড কৰা এপ্"
"আপুনি বৰ্তমানে এই একাউণ্টসমূহত ছাইন ইন হৈ আছে:"
"এই বাহনখনৰ বাবে অন্য প্ৰ\'ফাইলসমূহ ছেট আপ কৰা হৈছে।"
"আটাইবোৰ ডেটা মচক"
"আটাইবোৰ ডেটা মচিবনে?"
"এই কাৰ্যই এই ইনফ’টেইনমেণ্ট ছিষ্টেমটোত থকা আপোনাৰ আটাইবোৰ ব্যক্তিগত প্ৰ’ফাইল ডেটা, একাউণ্ট আৰু ডাউনল’ড কৰা এপ্ মচিব।\n\nআপুনি এই কাৰ্যটো আনডু কৰিব নোৱাৰে।"
"সকলো মচক"
"মচি থকা হৈছে"
"অনুগ্রহ কৰি অপেক্ষা কৰক…"
"তাৰিখ আৰু সময়"
"তাৰিখ, সময়, সময় মণ্ডল আৰু ফৰমেটসমূহ ছেট কৰক"
"স্বয়ংক্ৰিয়ভাৱে সময় ছেট কৰক"
"স্বয়ংক্ৰিয়ভাৱে সময় মণ্ডল ছেট কৰক"
"২৪ ঘণ্টীয়া ফৰমেট"
"২৪ ঘণ্টীয়া ফৰমেট ব্যৱহাৰ কৰক"
"সময়"
"সময় ছেট কৰক"
"সময় মণ্ডল"
"সময় মণ্ডল বাছনি কৰক"
"তাৰিখ"
"তাৰিখ ছেট কৰক"
"বৰ্ণ অনুসৰি ক্ৰমত সজাওক"
"সময় মণ্ডল অনুসৰি সজাওক"
"তাৰিখ"
"সময়"
"প্ৰশাসক"
"প্ৰশাসক হিচাপে ছাইন ইন হৈ আছে"
"প্ৰশাসকীয় অনুমতি প্ৰদান কৰিবনে?"
"প্ৰশাসকৰ দায়িত্ব দিয়ক"
"প্ৰশাসকগৰাকীয়ে অন্য প্ৰশাসকৰ প্ৰ\'ফাইলকে ধৰি অন্য প্ৰ’ফাইলসমূহ মচিব পাৰিব আৰু ইনফ’টেইনমেণ্ট ছিষ্টেমটোৰ ফেক্টৰী ৰিছেট কৰিব পাৰিব।"
"এই কাৰ্যটো ওলোটাব নোৱাৰি।"
"হয়, প্ৰশাসকৰ দায়িত্ব দিয়ক"
"নতুন প্ৰ’ফাইল সৃষ্টি কৰক"
"ফ\'ন কল কৰক"
"গাড়ীৰ ম’বাইল ডেটাৰ জৰিয়তে বার্তালাপ"
"নতুন এপ্ ইনষ্টল কৰক"
"এপসমূহ আনইনষ্টল কৰক"
"প্ৰ’ফাইল যোগ দিয়ক"
"নতুন প্ৰ’ফাইল"
"নতুন প্ৰ’ফাইল যোগ দিবনে?"
"আপুনি এটা নতুন প্ৰ\'ফাইল সৃষ্টি কৰাৰ পাছত, সেই ব্যক্তিগৰাকীয়ে এইটোক নিজৰ বাবে কাষ্টমাইজ কৰিব লাগে।"
"অন্য আটাইবোৰ প্ৰ\'ফাইলে ব্যৱহাৰ কৰিবলৈ যিকোনো প্ৰ\'ফাইলৰ পৰা এপ্ আপডে’ট কৰিব পৰা যায়।"
"প্ৰ’ফাইলৰ সীমাত উপনীত হৈছে"
"{count,plural, =1{কেৱল এটা প্ৰ’ফাইল সৃষ্টি কৰিব পাৰি।}one{আপুনি # টা পৰ্যন্ত প্ৰ’ফাইল সৃষ্টি কৰিব পাৰে।}other{আপুনি # টা পৰ্যন্ত প্ৰ’ফাইল সৃষ্টি কৰিব পাৰে।}}"
"নতুন প্ৰ\'ফাইল সৃষ্টি কৰিব পৰা নগ’ল"
"এই প্ৰ’ফাইলটো মচিবনে?"
"এই প্ৰ’ফাইলটোৰ আটাইবোৰ এপ্ আৰু ডেটা মচা হ’ব"
"প্ৰ’ফাইল মচিব পৰা নগ’ল। আপুনি ডিভাইচটো ৰিষ্টাৰ্ট কৰি পুনৰ চেষ্টা কৰিব পাৰে।"
"আপুনি প্ৰ’ফাইল সলনি কৰিলে অথবা গাড়ীখন ৰিষ্টাৰ্ট কৰিলে এই প্ৰ’ফাইলটো মচা হ’ব।"
"অগ্ৰাহ্য কৰক"
"পুনৰায় চেষ্টা কৰক"
"অন্তিম একমাত্ৰ প্ৰ’ফাইলটো মচিবনে?"
"যদি আপুনি এই বাহনখনৰ বাকী থকা একমাত্ৰ প্ৰ’ফাইলটো মচে তেন্তে প্ৰ’ফাইলটোৰ সৈতে জড়িত আটাইবোৰ ডেটা, ছেটিং আৰু এপ্ মচা হ’ব।"
"ৰিছেট কৰাৰ পাছত আপুনি এটা নতুন প্ৰ’ফাইল ছেট আপ কৰিব পাৰে।"
"নতুন প্ৰশাসক বাছনি কৰক"
"আপোনাক অতি কমেও এজন প্ৰশাসক দৰকাৰ। এইজনক মচিবলৈ হ’লে প্ৰথমে আপুনি এজন বিকল্প প্ৰশাসক নিৰ্বাচন কৰিব লাগিব।"
"প্ৰশাসক বাছনি কৰক"
"ছুইচ্চ"
"আপুনি (%1$s)"
"নাম"
"ছেট আপ কৰা হোৱা নাই"
"প্ৰ’ফাইলৰ নাম সম্পাদনা কৰক"
"খালী ঠাই পূৰ নকৰাকৈ এৰিব নোৱাৰি।"
"দিয়া প্ৰ’ফাইলৰ নামটো মান্য নহয়।"
"ব্যৱহাৰকাৰীসকল"
"প্ৰ’ফাইল"
"%1$sক অনুমতি প্ৰদান কৰা হ’ল"
"ষ্ট’ৰেজ"
"সংগীত আৰু ধ্বনি"
"অন্যান্য এপ্"
"Files"
"ছিষ্টেম"
"ছিষ্টেমত Android সংস্কৰণ %s চলাবলৈ ব্যৱহাৰ কৰা ফাইল অন্তৰ্ভুক্ত হৈ আছে"
"অডিঅ’ ফাইলসমূহ"
"গণনা কৰি থকা হৈছে…"
"এপৰ আকাৰ"
"প্ৰ’ফাইলৰ ডেটা"
"কেশ্ব"
"মুঠ"
"ষ্ট’ৰেজ মচক"
"কেশ্ব মচক"
"এপ্ ডেটা মচিবনে?"
"এই এপৰ ডেটাখিনি স্থায়ীভাৱে মচা হ’ব। ইয়াত ফাইল, ছেটিং, ডেটাবে’ছ আৰু অন্য এপৰ ডেটা অন্তৰ্ভুক্ত।"
"এপৰ ষ্ট’ৰেজ মচিব পৰা নগ’ল।"
"%1$sক সুৰক্ষিতভাৱে গুচোৱা হ’ল"
"%1$sক সুৰক্ষিতভাৱে গুচাব পৰা নগ’ল"
"একাউণ্টসমূহ"
"একাউণ্ট যোগ কৰক"
"কোনো একাউণ্ট যোগ কৰা হোৱা নাই"
"%1$sৰ একাউণ্ট"
"ডেটা স্বয়ংক্ৰিয়ভাৱে ছিংক কৰক"
"এপক স্বয়ংক্ৰিয়ভাৱে ডেটা ৰিফ্ৰেশ্ব কৰিবলৈ দিয়ক"
"স্বয়ংক্ৰিয়ভাৱে ডেটা ছিংক কৰাৰ অনুমতি দিবনে?"
"আপুনি ৱেবৰ যোগেৰে আপোনাৰ একাউণ্টত কৰা যিকোনো সাল-সলনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ বাহনত প্ৰতিফলিত হ’ব।\n\nকিছুমান একাউণ্টে আপুনি বাহনত কৰা সাল-সলনিসমূহো স্বয়ংক্ৰিয়ভাৱে ৱেবলৈ প্ৰতিলিপি কৰিব পাৰে।"
"স্বয়ংক্ৰিয়ভাৱে ডেটা ছিংক কৰাৰ অনুমতি বাতিল কৰিবনে?"
"ইয়ে ডেটা ৰাহি কৰিব, কিন্তু আপুনি শেহতীয়া তথ্য পাবলৈ নিজে নিজে প্ৰতিটো একাউণ্ট ছিংক কৰিব লাগিব। আৰু আপডে’ট আহিলে আপুনি তাৰ জাননী নাপাব।"
"একাউণ্টৰ তথ্য"
"একাউণ্ট যোগ কৰক"
"একাউণ্ট যোগ কৰক"
"সীমিত প্ৰ\'ফাইলসমূহে একাউণ্ট যোগ কৰিব নোৱাৰে"
"একাউণ্ট আঁতৰাওক"
"একাউণ্ট আঁতৰাবনে?"
"এই একাউণ্টটো আঁতৰালে ডিভাইচৰ পৰা ইয়াৰ সকলো বাৰ্তা, সম্পৰ্কসূচী আৰু অন্য ডেটা মচা হ\'ব!"
"একাউণ্ট আঁতৰাব পৰা নগ’ল।"
"একাউণ্ট ছিংক"
"%2$dটা আইটেমৰ %1$dটাৰ বাবে ছিংক অন হৈ আছে"
"সকলো বস্তুৰ বাবে ছিংক অন হৈ আছে"
"সকলো বস্তুৰ বাবে ছিংক অফ হৈ আছে"
"ছিংক অফ কৰা আছে"
"ছিংকৰ আসোঁৱাহ"
"অন্তিমবাৰ ছিংক কৰাৰ সময় %1$s"
"এতিয়া ছিংক কৰি থকা হৈছে…"
"এতিয়াই ছিংক কৰিবলৈ টিপক
%1$s"
"এতিয়া ছিংক কৰক"
"ছিংক বাতিল কৰক"
"ছিংকে সমস্যাৰ সন্মুখীন হৈছে। ই অলপ পিছতে ঠিক হ’ব।"
"গোপনীয়তা"
"ইনফ’টেইনমেণ্ট ছিষ্টেমৰ ডেটা"
"আপোনাৰ অৱস্থানলৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক"
"কেমেৰা"
"আপোনাৰ কেমেৰালৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক"
"মাইক্ৰ’ফ’ন"
"মাইক্ৰ’ফ’নলৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক"
"ইনফ’টেইনমেণ্ট ছিষ্টেমৰ ডেটা"
"এই গাড়ীখনত ছেভ কৰি থোৱা কাৰ্যকলাপ আৰু তথ্য পৰিচালনা কৰক"
"আপোনাৰ প্ৰ’ফাইলটো মচক"
"ইনফ’টেইনমেণ্ট ছিষ্টেমটোৰ পৰা আপোনাৰ প্ৰ’ফাইল আৰু একাউণ্ট মচক"
"আপোনাৰ প্ৰ’ফাইলত এই কাৰ্যটো উপলব্ধ নহয়"
"সুৰক্ষা"
"স্ক্ৰীন লক"
"নাই"
"আৰ্হি"
"পিন"
"পাছৱৰ্ড"
"কোনো লকৰ প্ৰকাৰ বাছক"
"স্ক্ৰীন লকৰ বিকল্প"
"আপোনাৰ আৰ্হি দিয়ক"
"নিশ্চিত কৰক"
"আকৌ আঁকক"
"অব্যাহত ৰাখক"
"পুনৰ চেষ্টা কৰক"
"এৰি যাওক"
"স্ক্ৰীন ছেট কৰক"
"আপোনাৰ পিন বাছনি কৰক"
"আপোনাৰ পাছৱৰ্ড বাছনি কৰক"
"বৰ্তমান ব্যৱহাৰ হৈ থকা স্ক্ৰীন লক"
"সুৰক্ষাৰ বাবে কোনো আৰ্হি ছেট কৰক"
"মচক"
"বাতিল কৰক"
"আপোনাৰ নতুন আনলক আৰ্হি"
"লক খোলাৰ আৰ্হি আঁকক"
"আৰ্হি অঁকা কাৰ্য হ\'লে আঙুলিটো উঠাওক"
"আৰ্হি ৰেক\'ৰ্ড কৰা হ’ল"
"নিশ্চিত কৰিবলৈ আৰ্হিটো আকৌ আঁকক"
"কমেও ৪টা বিন্দু লগ লগাই আকৌ চেষ্টা কৰক।"
"ভুল আৰ্হি"
"লক খোলাৰ আৰ্হি অঁকা উপায়"
"আৰ্হি ছেভ কৰোঁতে আঁসোৱাহ"
"বহুসংখ্যক ভুল প্ৰয়াস। %d ছেকেণ্ডত পুনৰ চেষ্টা কৰক।"
"আহিটোৱে ৰ\'টেৰী সমর্থন কৰে, স্পর্শ কৰাটো ব্যৱহাৰ কৰক"
"ঠিক আছে"
"স্ক্ৰীন লক আঁতৰাবনে?"
"এই কাৰ্যই সকলোকে আপোনাৰ একাউণ্টৰ এক্সেছ দিব"
"প্ৰ’ফাইল লক"
"স্বয়ংক্ৰিয়ভাৱে আনলক কৰাৰ সুবিধা ছেট আপ কৰক"
"আপোনাৰ পিন দিয়ক"
"আপোনাৰ পাছৱৰ্ড দিয়ক"
"সুৰক্ষাৰ বাবে কোনো পিন ছেট কৰক"
"আপোনাৰ পিনটো আকৌ দিয়ক"
"পিনটোত কমেও ৪টা অংক থাকিব লাগিব"
"অমান্য় পিন, কমেও ৪টা সংখ্য়া হ\'ব লাগিব।"
"পিনবিলাক মিলা নাই"
"পিন ছেভ কৰোঁতে আঁসোৱাহ"
"ভুল পিন"
"ভুল পাছৱৰ্ড"
"সুৰক্ষাৰ বাবে কোনো পাছৱৰ্ড ছেট কৰক"
"আপোনাৰ পাছৱৰ্ডটো আকৌ দিয়ক"
"পাছৱৰ্ড মিলা নাই"
"মচক"
"বাতিল কৰক"
"নিশ্চিত কৰক"
"অতি কমেও ৪টা বর্ণ থাকিব লাগিব"
"এই ধৰণৰ লক উপলব্ধ নহয়।"
"কেৱল ০-৯ৰ ভিতৰৰ অংকহে থাকিব লাগিব।"
"ডিভাইচৰ প্ৰশাসকে শেহতীয়া পিন ব্যৱহাৰ কৰিব নিদিয়ে"
"আপোনাৰ আইটি প্ৰশাসকে উমৈহতীয়া পিনসমূহ অৱৰোধ কৰিছে। অন্য এটা পিন ব্যৱহাৰ কৰি চাওক।"
"ইয়াত অমান্য় বৰ্ণ থাকিব নোৱাৰে।"
"অমান্য পাছৱর্ড, অতি কমেও ৪টা বর্ণ থাকিব লাগিব।"
"ডিভাইচৰ প্ৰশাসকে শেহতীয়া পাছৱৰ্ড ব্যৱহাৰ কৰিব নিদিয়ে"
"পাছৱৰ্ড ছেভ কৰোঁতে আঁসোৱাহ"
"আপোনাৰ আইটি প্ৰশাসকে উমৈহতীয়া পাছৱৰ্ডসমূহ অৱৰোধ কৰিছে। অন্য এটা পাছৱৰ্ড ব্যৱহাৰ কৰি চাওক।"
"কমেও এটা বৰ্ণ থাকিব লাগিব"
"কমেও এটা অংক থাকিব লাগিব"
"কমেও এটা প্ৰতীক থাকিব লাগিব"
"{count,plural, =1{অতি কমেও # টা বৰ্ণ থাকিব লাগিব}one{অতি কমেও # টা বৰ্ণ থাকিব লাগিব}other{অতি কমেও # টা বৰ্ণ থাকিব লাগিব}}"
"{count,plural, =1{অতি কমেও # টা সৰুফলা বৰ্ণ থাকিব লাগিব}one{অতি কমেও # টা সৰুফলা বৰ্ণ থাকিব লাগিব}other{অতি কমেও # টা সৰুফলা বৰ্ণ থাকিব লাগিব}}"
"{count,plural, =1{[অতি কমেও # টা বৰফলা বৰ্ণ থাকিব লাগিব}one{অতি কমেও # টা বৰফলা বৰ্ণ থাকিবই লাগিব}other{অতি কমেও # টা বৰফলা বৰ্ণ থাকিবই লাগিব}}"
"{count,plural, =1{কমেও # টা সংখ্যা থাকিব লাগিব}one{অতি কমেও # টা অংক থাকিবই লাগিব}other{অতি কমেও # টা অংক থাকিবই লাগিব}}"
"{count,plural, =1{অতি কমেও # টা বিশেষ চিহ্ন থাকিব লাগিব}one{অতি কমেও # টা বিশেষ প্ৰতীক থাকিবই লাগিব}other{অতি কমেও # টা বিশেষ প্ৰতীক থাকিবই লাগিব}}"
"{count,plural, =1{অতি কমেও # টা সংখ্যা বা প্ৰতীক থাকিব লাগিব}one{অতি কমেও # টা সংখ্যা বা প্ৰতীক থাকিব লাগিব}other{অতি কমেও # টা সংখ্যা বা প্ৰতীক থাকিব লাগিব}}"
"{count,plural, =1{অতি কমেও # টা এনেকুৱা বৰ্ণ থাকিবই লাগিব যিটো সংখ্যা নহয়}one{অতি কমেও # টা এনেকুৱা বৰ্ণ থাকিবই লাগিব যিটো সংখ্যা নহয়}other{অতি কমেও # টা এনেকুৱা বৰ্ণ থাকিবই লাগিব যিটো সংখ্যা নহয়}}"
"{count,plural, =1{অতি কমেও # টা বর্ণ থাকিবই লাগিব}one{অতি কমেও # টা বৰ্ণ থাকিবই লাগিব}other{অতি কমেও # টা বৰ্ণ থাকিবই লাগিব}}"
"{count,plural, =1{অতি কমেও # টা অংক থাকিবই লাগিব}one{অতি কমেও # টা অংক থাকিবই লাগিব}other{অতি কমেও # টা অংক থাকিবই লাগিব}}"
"{count,plural, =1{# টা বর্ণতকৈ কম হ\'বই লাগিব}one{# তকৈ কম সংখ্যক আখৰৰ হ\'ব লাগিব}other{# তকৈ কম সংখ্যক আখৰৰ হ\'ব লাগিব}}"
"{count,plural, =1{# টা সংখ্যাতকৈ কম হ\'বই লাগিব}one{# তকৈ কম সংখ্যক অংকৰ হ\'ব লাগিব}other{# তকৈ কম সংখ্যক অংকৰ হ\'ব লাগিব}}"
"সংখ্যাবোৰৰ ঊৰ্ধ্বগামী, অধোগামী বা পুনৰাবৃত্তি ক্ৰমক অনুমতি দিয়া নহয়"
"স্ক্ৰীন লক সম্পৰ্কীয় বিকল্প"
"%1$s\n%2$s : %3$s দিন আগত"
"ক্ৰেডেনশ্বিয়েল মচক"
"সকলো প্ৰমাণপত্ৰ আঁতৰাওক"
"সকলো সমল আঁতৰাবনে?"
"ক্ৰেডেনশ্বিয়েল ষ্ট’ৰেজ মচা হ’ল।"
"ক্ৰেডেনশ্বিয়েল ষ্ট’ৰেজ মচিব পৰা নগ’ল।"
"পাহৰক"
"সংযোগ কৰক"
"সংযোগ বিচ্ছিন্ন কৰক"
"মচক"
"আঁতৰাওক"
"বাতিল কৰক"
"অনুমতি দিয়ক"
"অনুমতি নিদিব"
"অস্বীকাৰ কৰক"
"Backspace কী"
"Enter কী"
"ডেম\'ৰ পৰা বাহিৰ হওক"
"ডেম\' ম\'ডৰ পৰা বাহিৰ হওক"
"এই কাৰ্যই ডেম’ একাউণ্টটো মচিব আৰু ছিষ্টেমটোৰ ফেক্টৰী ডেটা ৰিছেট কৰিব। প্ৰ’ফাইলৰ আটাইবোৰ ডেটা হেৰাব।"
"ডেম\'ৰ পৰা বাহিৰ হওক"
"অগ্ৰাহ্য কৰক"
"গাড়ী চলাই থকা সময়ত এই সুবিধাটো উপলব্ধ নহয়"
"গাড়ী চলাই থকাৰ সময়ত প্ৰ’ফাইল যোগ দিব নোৱাৰি"
"সন্ধান কৰক"
"Assistant আৰু কণ্ঠধ্বনি"
"ডিজিটেল সহায়ক এপ্"
"স্ক্ৰীনৰ পৰা পাঠ ব্যৱহাৰ কৰক"
"Assistantক স্ক্ৰীনৰ সমল এক্সেছ কৰিবলৈ দিয়ক"
"স্ক্ৰীনশ্বট ব্যৱহাৰ কৰক"
"Assistantক স্ক্ৰীনৰ প্ৰতিচ্ছবি এক্সেছ কৰিবলৈ দিয়ক"
"অলপতে পঠিওৱা"
"আটাইবোৰ এপ্"
"প্ৰ’ফাইল আৰু একাউণ্ট"
"অন্য প্ৰ’ফাইল পৰিচালনা কৰক"
"এটা প্ৰ’ফাইল যোগ দিয়ক"
"এই প্ৰ’ফাইলটো মচক"
"প্ৰ’ফাইল যোগ দিয়ক"
"ডিছপ্লে\'ৰ উজ্জ্বলতা"
"আপোনাৰ ডিভাইচসমূহ চাবলৈ ব্লুটুথ অন কৰক"
"কোনো ডিভাইচ পেয়াৰ কৰিবলৈ ব্লুটুথ ছেটিং খোলক"
"ইনফ’টেইনমেণ্ট ছিষ্টেমৰ প্ৰশাসক"
"সক্ৰিয় কৰা এপ্"
"নিষ্ক্ৰিয় কৰা এপ্"
"এই অনুমতিটো থকা এপৰ ওচৰত এই বাহনখনৰ ডেটা এক্সেছ আছে"
"কোনো প্ৰশাসকৰ এপ্ নাই"
"এই ইনফ’টেইনমেণ্ট ছিষ্টেমৰ প্ৰশাসক এপ্টো সক্ৰিয় হৈ আছে আৰু এইটোৱে %1$s এপ্টোক নিম্নলিখিত কাৰ্যকলাপসমূহ কৰিবলৈ দিয়ে:"
"এই ইনফ’টেইনমেণ্ট ছিষ্টেম এপ্টো সক্ৰিয় কৰিলে %1$s এপ্টোক নিম্নলিখিত কাৰ্যকলাপসমূহ কৰিবলৈ দিয়ে:"
"এই ইনফ’টেইনমেণ্ট ছিষ্টেম এপ্ সক্ৰিয় কৰিবনে?"
"এই ইনফ’টেইনমেণ্ট ছিষ্টেম এপ্টো সক্ৰিয় কৰক"
"নিষ্ক্ৰিয় আৰু আনইনষ্টল কৰক"
"এই ইনফ’টেইনমেণ্ট ছিষ্টেম এপ্টো নিষ্ক্ৰিয় কৰক"
"প্ৰতিষ্ঠানটোৰ পৰিচালকে ছেটিং, অনুমতি, কৰ্পৰে’ট এক্সেছ, নেটৱৰ্কৰ কাৰ্যকলাপ আৰু বাহনখনৰ অৱস্থানৰ তথ্যক সামৰি, এই প্ৰ’ফাইলৰ সৈতে জড়িত এপ্ আৰু ডেটা নিৰীক্ষণ আৰু পৰিচালনা কৰিব পাৰে।"
"প্ৰতিষ্ঠানটোৰ পৰিচালকে ছেটিং, অনুমতি, কৰ্পৰে’ট এক্সেছ, নেটৱৰ্কৰ কাৰ্যকলাপ আৰু ডিভাইচৰ অৱস্থানৰ তথ্যক সামৰি, এই প্ৰ’ফাইলৰ সৈতে জড়িত এপ্ আৰু ডেটা নিৰীক্ষণ আৰু পৰিচালনা কৰিব পাৰে।"
"প্ৰতিষ্ঠানটোৰ পৰিচালকে ছেটিং, অনুমতি, কৰ্পৰে’ট এক্সেছ, নেটৱৰ্কৰ কাৰ্যকলাপ আৰু বাহনখনৰ অৱস্থানৰ তথ্যক সামৰি, এই ইনফ’টেইনমেণ্ট ছিষ্টেমৰ সৈতে জড়িত এপ্ আৰু ডেটা নিৰীক্ষণ আৰু পৰিচালনা কৰিব পাৰে।"
"প্ৰতিষ্ঠানটোৰ পৰিচালকে হয়তো এই ইনফ’টেইনমেণ্ট ছিষ্টেমৰ সৈতে জড়িত হৈ থকা ডেটা এক্সেছ কৰিব, এপ্ পৰিচালনা কৰিব আৰু এই বাহনখনৰ ছেটিং সলনি কৰিব পাৰিব।"
"এইটো উপলব্ধ নহয়"
"এই পৰিচালিত বাহনখনত ভলিউম সলনি কৰিব নোৱাৰি"
"এই পৰিচালিত বাহনখনত কল কৰিব নোৱাৰি"
"এই পৰিচালিত বাহনখনত এছএমএছৰ অনুমতি নাই"
"এই পৰিচালিত বাহনখনত কেমেৰা উপলব্ধ নহয়"
"এই পৰিচালিত বাহনখনত স্ক্ৰীনশ্বট ল’ব নোৱাৰি"
"এই পৰিচালিত বাহনখনত এই এপ্টো খুলিব নোৱাৰি"
"আপোনাৰ ঋণ প্ৰদানকাৰীয়ে অৱৰোধ কৰিছে"
"প্ৰতিষ্ঠানটোৱে কিছুমান সুবিধাৰ এক্সেছ সীমিত কৰিছে।\n\nযদি আপোনাৰ কিবা প্ৰশ্ন আছে, প্ৰতিষ্ঠানৰ পৰিচালকগৰাকীৰ সৈতে যোগাযোগ কৰক।"
"বাহনৰ প্ৰশাসক এপ্"
"{count,plural, =1{# টা সক্ৰিয় কৰা এপ্}one{# টা সক্ৰিয় কৰা এপ্}other{# টা সক্ৰিয় কৰা এপ্}}"
"কোনো সক্ৰিয় এপ্ নাই"
"%1$sৰ বাহনৰ নীতি"
"বাহনৰ নীতি"
"প্ৰতিষ্ঠানটোৰ পৰিচালকে পৰিচালনা কৰা ছেটিং"
"%1$sৰ বিষয়ে অধিক জানক"
"পৰিচালিত বাহনৰ তথ্য"
"ফ্লীটৰ প্ৰশাসকে পৰিচালনা কৰা ছেটিং"
"এই পৰিচালিত বাহনখনত থকা ডেটাৰ এক্সেছ প্ৰদান কৰিবলৈ ফ্লীটৰ প্ৰশাসকে ছেটিং সলনি কৰিব পাৰে আৰু ইনফ’টেইনমেণ্ট ছিষ্টেমটোত ছফ্টৱেৰ ইনষ্টল কৰিব পাৰে।\n\nঅধিক জানিবলৈ আপোনাৰ ফ্লীটৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।"
"আপোনাৰ ফ্লীটৰ প্ৰশাসকে চাব পৰা তথ্য"
"আপোনাৰ ফ্লীটৰ প্ৰশাসকে কৰা সালসলনি"
" ""আপোনাৰ পৰিচালিত বাহনৰ একাউণ্টৰ সৈতে জড়িত ডেটা"\n" ""আপোনাৰ পৰিচালিত বাহনত থকা এপৰ সূচী"\n" ""প্ৰতিটো এপত খৰচ কৰা সময় আৰু ডেটাৰ পৰিমাণ"
"ইনফ’টেইনমেণ্ট ছিষ্টেমলৈ থকা আপোনাৰ এক্সেছ"
"আপোনাৰ বাহনত থকা এপৰ সূচী"
"এপৰ সংখ্যাটো আনুমানিক। Play Storeৰ বাহিৰৰ পৰা ইনষ্টল কৰা এপ্ ইয়াত অন্তৰ্ভুক্ত নহ’বও পাৰে।"
- ন্যূনতম %d টা এপ্
- ন্যূনতম %d টা এপ্
- %d টা এপ্
- %d টা এপ্
"সকলোতকৈ শেহতীয়া নেটৱৰ্ক ট্ৰেফিকৰ লগ"
"একেবাৰে শেহতীয়া বাগ ৰিপ’ৰ্ট"
"সকলোতকৈ শেহতীয়া নিৰাপত্তা লগ"
"একো নাই"
"এপ্ ইনষ্টল কৰা হৈছে"
"অৱস্থানৰ অনুমতি"
"মাইক্ৰ’ফ’নৰ অনুমতি"
"কেমেৰাৰ অনুমতি"
"ডিফ’ল্ট এপ্"
"ডিফ’ল্ট কীব’ৰ্ড"
"%sলৈ ছেট কৰক"
"গোলকীয় HTTP প্ৰ’ক্সী ছেট কৰা হৈছে"
"আপোনাৰ ব্যক্তিগত প্ৰ’ফাইলত থকা বিশ্বাসী ক্ৰিডেনশ্বিয়েল"
" ""প্ৰশাসকে ইনফ’টেইনমেণ্ট ছিষ্টেমটো লক কৰিব আৰু পাছৱৰ্ড ৰিছেট কৰিব পাৰে"\n" ""প্ৰশাসকে ইনফ’টেইনমেণ্ট ছিষ্টেমত থকা ডেটা মচিব পাৰে"
"ইনফ’টেইনমেণ্ট ছিষ্টেমত থকা আটাইবোৰ ডেটা মচাৰ আগতে পাছৱৰ্ড দিয়াৰ ব্যৰ্থ প্ৰয়াস"
"প্ৰ’ফাইলৰ ডেটা মচাৰ পূৰ্বে পাছৱৰ্ড দিয়াৰ ব্যৰ্থ প্ৰয়াস"
- %d টা প্ৰয়াস
- %d টা প্ৰয়াস
- কেমেৰা এপ্সমূহ
- কেমেৰা এপ্সমূহ
- ইমেইল ক্লাইণ্ট এপ্সমূহ
- ইমেইল ক্লাইণ্ট এপ্সমূহ
- ফ’ন এপ্সমূহ
- ফ’ন এপ্সমূহ
"বাগ সম্পর্কীয় অভিযোগ শ্বেয়াৰ কৰিবনে?"
"এই বাহনখনৰ প্ৰতিষ্ঠানৰ প্ৰশাসকে এই ডিভাইচটোৰ সমস্যা সমাধান কৰাত সহায় কৰিবলৈ এটা বাগ সম্পর্কীয় অভিযোগৰ বাবে অনুৰোধ জনাইছে। এপ্ আৰু ডেটা শ্বেয়াৰ কৰা হ\'ব পাৰে।"
"এই বাহনখনৰ প্ৰতিষ্ঠানৰ প্ৰশাসকে এই ডিভাইচটোৰ সমস্যা সমাধান কৰাত সহায় কৰিবলৈ এটা বাগ সম্পর্কীয় অভিযোগৰ বাবে অনুৰোধ জনাইছে। এপ্ আৰু ডেটা শ্বেয়াৰ কৰা হ\'ব পাৰে আৰু আপোনাৰ ডিভাইচটো সাময়িকভাৱে লেহেমীয়া হ\'ব পাৰে।"
"এই বাগ সম্পর্কীয় অভিযোগটো এই বাহনখনৰ প্ৰতিষ্ঠানৰ প্ৰশাসকৰ সৈতে শ্বেয়াৰ কৰা হৈছে। অধিক সবিশেষৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰক।"
"শ্বেয়াৰ কৰক"
"প্ৰত্যাখ্যান কৰক"
"ইনফ’টেইনমেণ্ট ছিষ্টেমটো ৰিছেট কৰক"
"আপোনাৰ ছিষ্টেমটোৱে ফেক্টৰী ৰিছেট কৰিবলৈ আৰু আটাইবোৰ ডেটা মচিবলৈ এটা অনুৰোধ পাইছে। আপুনি এইটো এতিয়াই ৰিছেট কৰিব পাৰে অথবা পৰৱৰ্তী সময়ত গাড়ীখন ষ্টাৰ্ট হ\'লে এইটো ৰিছেট কৰা হ\'ব। আপুনি তেতিয়া এটা নতুন প্ৰ\'ফাইল ছেট আপ কৰিব পাৰে।"
"এতিয়া ৰিছেট কৰক"
"পাছত ৰিছেট কৰক"
"ইনফ’টেইনমেণ্ট ছিষ্টেমটোৱে পৰৱৰ্তী সময়ত গাড়ীখন ষ্টাৰ্ট হ\'লে ৰিছেট কৰিব।"
"ৰিছেট কৰাটো আৰম্ভ কৰিবলৈ গাড়ীখন ৰখাই থ\'বই লাগিব।"
"এই ছেটিংটো এই মুহূৰ্তত সলনি কৰিব নোৱাৰি"
"সাধ্য সুবিধা"
"কেপশ্বন"
"কেপশ্বনৰ অগ্ৰাধিকাৰসমূহ"
"অফ আছে"
"অন আছে"
"স্ক্ৰীন ৰীডাৰ"
"কেপশ্বনসমূহ দেখুৱাওক"
"পাঠৰ আকাৰ"
"কেপশ্বনৰ আকাৰ আৰু শৈলী"
"বেছি সৰু"
"সৰু"
"ডিফ’ল্ট"
"ডাঙৰ"
"বেছি ডাঙৰ"
"কেপশ্বন শৈলী"
"এপ্টোৱে ছেট কৰিছে"
"ক’লাৰ ওপৰত বগা"
"বগাৰ ওপৰত ক’লা"
"ক’লাৰ ওপৰত হালধীয়া"
"নীলাৰ ওপৰত হালধীয়া"
"স্ক্ৰীন ৰীডাৰ"
"অফ আছে"
"স্ক্ৰীনত থকা বস্তুবোৰ কওক"
"%1$s ব্যৱহাৰ কৰক"
"বিকল্প"
"ছেটিং"
"কেমেৰা"
"কেমেৰা ব্যৱহাৰ কৰক"
"আটাইবোৰ এপক আপোনাৰ কেমেৰা এক্সেছ কৰিবলৈ দিয়ক"
"কেমেৰাৰ অনুমতি পৰিচালনা কৰক"
"শেহতীয়াকৈ এক্সেছ কৰা"
"কোনো শেহতীয়া এপ্ নাই"
"০ টা এপৰ এক্সেছ আছে"
"{count,plural, =1{{total_count} টা এপৰ ভিতৰত # টাৰ এক্সেছ আছে}one{{total_count} টা এপৰ ভিতৰত # টাৰ এক্সেছ আছে}other{{total_count} টা এপৰ ভিতৰত # টাৰ এক্সেছ আছে}}"
"শেহতীয়াকৈ এক্সেছ কৰা"
"আটাইবোৰ চাওক"
"ল’ড কৰি থকা হৈছে…"